• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা এজনক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 6:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইত এগৰাকী চফটৱেৰ ইঞ্জিনিয়াৰক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি পোৱা এজন ব্যক্তিক উচ্চতম ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে। আৰজি কৰত এগৰাকী চিকিৎসক-ছাত্ৰক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ৰ মৃত্যুদণ্ডৰ দাবী ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰাৰ মাজতে অন্য এটা গোচৰত আজি মঙলবাৰে দেশৰ শীৰ্ষ আদালতে মৃত্যুদণ্ড লাভ দোষীক দোষমুক্ত কৰাৰ ৰায় দিয়ে।

উল্লেখ্য যে, ২০১৪ চনৰ ৫ জানুৱাৰীত মুম্বাইৰ ২৩ বছৰীয়া আই টি কৰ্মী এষ্টাৰ অনুহিয়াক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ২০১৫ চনত বিশেষ মহিলা আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল চন্দ্ৰবন সনাপক। এষ্টাৰৰ ঘৰ আছিল বিশাখাপট্টনমত।তেঁও কামৰ বাবে মুম্বাইলৈ আহিছিল। চন্দ্ৰভানে এষ্টাৰক লোকমান্য তিলক টাৰ্মিনাছলৈ লিফ্ট দিব বিচাৰে। পাছত কুঞ্জাৰমাৰ্গ নামৰ ঠাইত মহিলাক গাড়ীত উঠাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

Apply Now

চন্দ্ৰভানে যুৱতীগৰাকীৰ লেপটপকে ধৰি সকলো বস্তু চুৰি কৰি লৈ যায়। আৰু তেওঁৰ মৃতদেহ যাতে চিনাক্ত নহয় তাৰ বাবে জ্বলাই দিলে। ১৭ জানুৱাৰীত ভাণ্ডুপ নামৰ ঠাইৰ পৰা যুৱতীগৰাকীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। ৰে’ল আৰক্ষীয়ে চিচিটিভি চাই অপৰাধীজনক চিনাক্ত কৰে। ২০১৪ চনৰ ৩ মাৰ্চত আৰক্ষীয়ে সনাপক গ্ৰেপ্তাৰ কৰি ধৰ্ষণ-হত্যাৰ গোচৰ ৰুজু কৰে।

চন্দ্ৰভানে নিম্ন আদালতত মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। কিন্তু বম্বে উচ্চ ন্যায়ালয়েও এই আবেদন নাকচ কৰি মৃত্যুদণ্ডৰ শাস্তিও দাখিল কৰে। উচ্চ ন্যায়ালয়ৰ ৰায়দানত কোৱা হৈছে যে তেওঁ সমাজৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু তেওঁৰ সংস্কাৰৰ কোনো সম্ভাৱনা নাই। এই সকলোবোৰ গুৰুতৰ অপৰাধ উচ্চ ন্যায়ালয়তো প্ৰমাণিত হোৱাৰ পাছতো আজি উচ্চতম ন্যায়ালয়ে সনাপৰ সপক্ষে ৰায় দিয়ে। উচচতম ন্যায়ালয়ে ধৰ্ষণ-হত্যাৰ গোচৰৰ সমৰ্থনত অসামঞ্জস্য আৰু প্ৰমাণ আৰু শক্তিশালী যুক্তিৰ অভাৱৰ ভিত্তিত অভিযুক্তক দোষমুক্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd