• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কৃষকৰ ন্যায্য দাবীৰ বিষয়ে আলোচনা কৰাত সমস্যাটো ক’ত!’ কেন্দ্ৰক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 3, 2025 11:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষকৰ ন্যায্য দাবী বিবেচনা কৰিবলৈ কিয় সাজু নহয় কেন্দ্ৰ? কিয় কৃষকৰ অভিযোগ শুনিবলৈ চৰকাৰ সাজু বুলি কোৱা নাই? উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰশ্ন উত্থাপন কৰে। শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য বা এম এছ পিৰ ওপৰত আইনী নিশ্চয়তা দাবী কৰা কৃষকৰ আন্দোলনৰ সৈতে জড়িত এটা গোচৰত উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰে।

ন্যায়াধীশ সূৰ্য কান্ত আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে  উচ্চতম ন্যায়ালয়ত কৃষক আন্দোলন সন্দৰ্ভত এখন নতুন আবেদনৰ শুনানিৰ ভিত্তিত কেন্দ্ৰক উত্তৰ দিবলৈ কৈছে। কৃষক নেতা জগজিৎ সিং দলেৱালৰ হৈ এই আৱেদন কৰা হৈছিল।

Apply Now

২০২১ চনত কৃষি আইন বাতিলৰ পিছত কৃষকক দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰা হৈছে আবেদনখনত। সেইবাবেই বৰ্তমান কৃষকসকলে বিভিন্ন দাবীৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। কৃষক নেতা জগজিৎ সিং দলেৱালে ২৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ অনশন কৰি আছে।

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰে যে, ‘আপোনাৰ ক্লায়েণ্টে কিয় এটা বিবৃতি দিব নোৱাৰে যে তেওঁলোকে কৃষকৰ অভিযোগসমূহ বিবেচনা কৰিব আৰু তেওঁলোকৰ দাবীৰ ওপৰত আলোচনা কৰিব বিচাৰে?’

ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰে প্ৰতিজন কৃষকৰ প্ৰতি চিন্তিত আৰু এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।

আবেদনকাৰীৰ অধিবক্তা গুনিন্দৰ কৌৰ গিলে ইয়াৰ বিপৰীতে কয় যে ২০২১ চনতো চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতিৰ ভিত্তিতেই কৃষকসকলে আন্দোলন প্ৰত্যাহাৰ কৰিছিল। একেটা বিষয়তে বাৰে বাৰে কমিটী গঠন কৰি কোনো সমাধান অহা নাই বুলিও তেওঁ লগতে অভিযোগ কৰে৷

উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে বুলি বিচাৰপীঠে জনাইছিল। এই কমিটীত কৃষি আৰু অৰ্থনীতিৰ বিশেষজ্ঞসকল অন্তৰ্ভুক্ত। কৃষকৰ সমস্যা আৰু দাবী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাটোৱেই হ’ব কমিটীৰ কাম।

অৱশ্যে বাস্তৱত এনেকুৱা হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। সেইবাবেই আকৌ আন্দোলন হৈছে। আন্দোলনৰ মূল দাবী হৈছে এম এছ পিৰ আইনী নিশ্চয়তা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা।

বৃহস্পতিবাৰৰ শুনানিত কেন্দ্ৰ আৰু কমিটিক ১০ দিনৰ ভিতৰত তেওঁলোকৰ মতামত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আদালতে উল্লেখ কৰে যে আদালতত কৃষকৰ অভিযোগৰ ওপৰত পোনপটীয়াকৈ আলোচনা কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে কমিটীক কামত লগাবলৈ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd