• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ বহু বিপদজনক,চৰকাৰে বনাওক কঠোৰ নিয়ম : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 2:54 pm
Supreame-Court-of-India-750x375

উচ্চতম ন্যায়ালয়। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে মঙলবাৰে ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ সম্পৰ্কত উদ্বেগ প্ৰকাশ কৰে।

সৰ্বোচ্চ আদালতখনে কয় যে ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ অত্যন্ত বিপদজনক। চৰকাৰে ইয়াক মোকাবিলা কৰিবৰ বাবে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰা উচিত।

Apply Now

ন্যায়াধীশ দীপক গুপ্তাই কেন্দ্ৰীয় চৰকাৰক কয় যে উচ্চতম ন্যায়ালয় নাইবা উচ্চ ন্যায়ালয়ে এইক্ষেত্ৰত নিৰ্দেশনা বনাব নোৱাৰে, কেৱল চৰকাৰেহে ইয়াক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

ন্যায়াধীশ দীপক গুপ্তাই কয় যে ছচিয়েল মিডিয়াৰ বাবে কঠোৰ নিৰ্দেশনা থকা উচিত,’মোৰ প্ৰাইভেচী সুৰক্ষিত নহয়, মই তো স্মাৰ্টফোন ত্যাগ কৰাৰ কথা চিন্তা কৰি আছো।‘

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয় যে ই তিনি সপ্তাহৰ ভিতৰত জনাওক যে কিমান সময়ৰ ভিতৰত তেওঁলোকে ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ দিক্ নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ গৈ আছে।

আদালতে কয় যে ব্যক্তি বিশেষৰ নিজস্বতা তথা প্ৰতিষ্ঠা আৰু দেশৰ সাৰ্বভৌমত্বৰ মাজত সন্তুলন অটুট ৰখাটো জৰুৰী হৈ পৰিছে।

ছচিয়েল মিডিয়াৰ অপব্যৱহাৰ সম্পৰ্কত মন্তব্য দি ন্যায়াধীশ দীপক গুপ্তাই কয়,’’মানুহে ছচিয়েল মিডিয়াত এ কে-৪৭ ও ক্ৰয় কৰিব পাৰে।‘

ন্যায়াধীশ দীপক গুপ্তাই কয় এনে লাগিছে যেন স্মাৰ্টফোন ত্যাগ কৰা উচিত আৰু পুনৰ ফিচাৰ ফোনৰ দিশে উভতি যোৱা উচিত। গুপ্তাই কয় যে চৰকাৰ বহুত ক্ষমতাশালী আৰু লোকৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে। এনেক্ষেত্ৰত ই  দিক নিৰ্দেশনা প্ৰস্তুত কৰা উচিত আৰু পৰ্যবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ন্যায়াধীশ গুপ্তাই কয় যে অনলাইন অপৰাধ কৰাসকলক চিনাক্ত কৰাটো জৰুৰী। আমাৰ হাতত এই টেকনিক নাই বুলি সাধাৰণভাৱে কৈ আমি তেওঁলোকক এৰি দিব নোৱাৰো।আমি অপৰাধ কৰাসকলক শিক্ষা দিয়াটো প্ৰয়োজন।

দৰাচলতে উচ্চতম ন্যায়ালয়ত হোৱাটছএপ আৰু ফেচবুকে আবেদন দাখিল কৰি দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত পৰি থকা আবেদনসমূহ উচ্চতম ন্যায়ালয়লৈ বদলি কৰাৰ প্ৰচেষ্টা চলাইছে।

মাদ্ৰাজ, বোম্বে আৰু মধ্যপ্ৰদেশ হাইকোৰ্টত এই সন্দৰ্ভত কেইবাখনো আবেদন পৰি আছে।

আবেদনসমূহত ফেচবুক আৰু আন ছচিয়েল মিডিয়াসমূহক আধাৰৰ সৈতে সংযোগ কৰিব লাগে বুলি অনুৰোধ কৰা হৈছে যাতে পোষ্ট দিয়াসকলৰ পৰিচয় লাভ কৰাটো সহজ হৈ পৰে।

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। কেন্দ্ৰীয় চৰকাৰে আদালতক এইটো জনাব লাগে যে তেওঁলোকে চচিয়েল ছাইটসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে কিবা দিক নিৰ্দেশনা বনাইছেনে নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd