• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2025 12:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়াধীশসকলৰ মতে, ঘৰুৱা হিংসা প্ৰতিৰোধ আইন, ২০০৫ এতিয়াও সঠিকভাৱে কাৰ্যকৰী হোৱা নাই বুলি উল্লেখ কৰিছে। ফলত বেছিভাগ ক্ষেত্ৰতে ভুক্তভোগীয়ে এই আইনৰ অধীনত সুবিধা লাভৰ পৰা বঞ্চিত হৈ অহিছে। ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে সাতটা দফাৰ গাইডলাইন জাৰি কৰিছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰক বিশদ নিৰ্দেশনা জাৰি কৰি উচ্চতম ন্যায়ালয়ে কয় যে ঘৰুৱা হিংসা প্ৰতিৰোধৰ দুই দশক পুৰণি আইনখন সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই সেয়া চৰকাৰে যত্ন লোৱা উচিত। যোৱা ২০ মে’ত ন্যায়াধীশ বি ভি নাগাৰাথনা আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰিছে। সেই আদেশৰ বিশদ প্ৰতিলিপি আজি প্ৰকাশ পাইছে। ন্যায়াধীশসকলৰ মতে, ঘৰুৱা হিংসা প্ৰতিৰোধ আইন, ২০০৫ এতিয়াও সঠিকভাৱে কাৰ্যকৰী হোৱা নাই। ফলত বেছিভাগ ক্ষেত্ৰতে ভুক্তভোগীয়ে এই আইনৰ অধীনত সুবিধা লাভ কৰিবলৈ সক্ষম নহয়। এই পৰিস্থিতি শীঘ্ৰে সলনি কৰাটো প্ৰয়োজন। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সাত দফাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

Apply Now

১/ সুৰক্ষা বিষয়া চিনাক্তকৰণ আৰু নিযুক্তি। মহিলা আৰু শিশু সুৰক্ষা বিভাগৰ বিষয়াসকলক চিনাক্ত কৰি জিলা আৰু তালুকা পৰ্যায়ত নিযুক্তি দিব লাগে।

২) এই সুৰক্ষা বিষয়াসকলৰ নিযুক্তি প্ৰক্ৰিয়া নিৰ্দেশনা জাৰি কৰাৰ ৬ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। এই নিযুক্তিৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু মহিলা আৰু শিশু সুৰক্ষা বিভাগৰ সচিবক অৰ্পণ কৰা হৈছে।

৩) ঘৰুৱা হিংসা প্ৰতিৰোধ আইনৰ অধীনত ভুক্তভোগীয়ে লাভ কৰা সুবিধাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। কেৱল সাধাৰণ জনতাৰ মাজতে নহয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়া, আৰক্ষী আৰু স্বাস্থ্যকৰ্মী আৰু ন্যায়পালিকাৰ সৈতে জড়িত সকলোৰে মাজত সজাগতা বৃদ্ধি কৰিব লাগে। জনসংযোগৰ বাবে সংবাদ মাধ্যম ব্যৱহাৰ কৰিব লাগে আৰু পৰিস্থিতি নিয়মীয়াকৈ পৰ্যালোচনা কৰিব লাগে।

৪) ১১ নং ধাৰাত উল্লেখ আছে যে এই আইনখন সফল ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত। গতিকে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে নিয়মিতভাৱে কৰ্তব্য পালন কৰিব লাগে।

৫) ধাৰা ৭(ঘ) আৰু ১২ত উল্লেখ আছে যে ঘৰুৱা হিংসাৰ বলি হোৱা লোকসকলক আইনী সুৰক্ষা আৰু বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰিব লাগে। ভুক্তভোগীক সজাগ কৰিব লাগে যাতে ভুক্তভোগীয়ে ইচ্ছা কৰিলে বিনামূলীয়াকৈ আইনী সাহায্য লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাটো জিলা আৰু তালুক পৰ্যায়ৰ সম্পাদকসকলৰ দায়িত্ব।

৬) জিলা আৰু তালুক পৰ্যায়ৰ সম্পাদকসকলে নিৰীক্ষণ কৰিব লাগে যে ভুক্তভোগীক বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ বিষয়টো পৰ্যাপ্তভাৱে প্ৰচাৰ কৰা হৈছে নে নাই।

৭) দশম ধাৰা অনুসৰি ভুক্তভোগীসকলৰ বাবে ‘নাৰি নিকেতন’বা আশ্ৰয় গৃহৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয়। জিলা আৰু তালুক পৰ্যায়ত এনে ঘৰ পৰ্যাপ্ত পৰিমাণে আছে নে নাই সেয়া দহ সপ্তাহৰ ভিতৰত বিষয়াসকলে নিশ্চিত কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd