• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি প্ৰদানৰ সময়সীমা! উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ব্যাখ্যা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2025 4:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সংবিধানৰ ১৪৩ অনুচ্ছেদৰ অধীনত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতিৰ সময়সীমাৰ বিষয়ে স্পষ্টীকৰণৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ ওচৰত ১৩ দফাৰ এক নিৰ্দেশাৱলী প্ৰেৰণ কৰিছে। এই বিষয়টো আগন্তুক ২২ জুলাই, মঙলবাৰে পুৱা ১০:৩০ বজাত উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে তালিকাভুক্ত হৈছে। এই প্ৰসংগত ভাৰতৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ নেতৃত্বত ন্যায়াধীশ সূৰ্য্য কান্ত, বিক্ৰম নাথ, পি. নৰসিংহ আৰু এ. চন্দুৰকাৰৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠ গঠন কৰা হৈছে।

সাধাৰণতে, ৰাজ্যৰ বিধানসভাই গৃহীত কৰা বিধেয়ক ৰাজ্যপালৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়। যদি ৰাজ্যপালে নিৰ্ধাৰিত সময়ত সিদ্ধান্ত ল’ব নোৱাৰে, তেন্তে বিধেয়কখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হয়। সংবিধানৰ ২০১ নং অনুচ্ছেদ অনুসৰি, ৰাষ্ট্ৰপতিয়ে বিধেয়কত সন্মতি দিয়া বা নাকচ কৰাৰ বিকল্প থাকে, কিন্তু সংবিধানে এই সিদ্ধান্তৰ বাবে কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই। এই বিষয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বাৰে বাৰে বিবাদৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে। তামিলনাডু চৰকাৰৰ গোচৰৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিক তিনিমাহৰ সময়সীমাৰ ভিতৰত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল, যিটোৰ বিৰুদ্ধে উপ-ৰাষ্ট্ৰপতিসহ বহুজনেই আপত্তি কৰিছিল। আদালতৰ এনে নিৰ্দেশনা প্ৰদানৰ অধিকাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপিত হৈছে।

Apply Now

ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ১৩টা দফাৰ নিৰ্দেশাৱলীত প্ৰশ্ন উত্থাপন কৰা হৈছে যে বিধেয়ক আইনত পৰিণত হোৱাৰ পূৰ্বে আদালতে কোনো পৰ্যায়ত হস্তক্ষেপ কৰিব পাৰে নেকি, আৰু ১৪৩ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে আদালতৰ পৰামৰ্শ ল’বলৈ বাধ্য নেকি। এই শুনানিয়ে কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক আৰু সাংবিধানিক ক্ষমতাৰ বিভাজনৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। বিচাৰপীঠে সংবিধানৰ ২০০ আৰু ২০১ অনুচ্ছেদৰ অধীনত সময়সীমা নিৰ্ধাৰণৰ সম্ভাৱনীয়তাৰ ওপৰতো আলোচনা কৰিব, যিয়ে ভাৰতৰ সাংবিধানিক কাঠামোৰ ভৱিষ্যত গতিপথ নিৰ্ধাৰণত সহায় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd