DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAA কিয় বাতিল হ’ব নালাগে,কেন্দ্ৰ চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী উচ্চতম ন্যায়ালয়ৰ; ২২ জানুৱাৰিত হ’ব পুনৰ শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 4:22 pm
Supreame-Court-of-India-750x375-1-1

উচ্চতম ন্যায়ালয়

225
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইন বাতিল কৰাৰ দাবীৰে আজি উচ্চতম ন্যায়ালয়ত বাখ্যা আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাই।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু বিশিষ্ট শিক্ষাবিদ বসন্ত ডেকা আজি উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত উপস্থিত থাকে।

সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তা গৰাকীয়ে CAA ৰ বিৰোধিতাৰে সমগ্ৰ অসমত লাখ লাখ মানুহৰ সমৰ্থনেৰে চলি থকা গণতান্ত্ৰিক আন্দোলনৰ কথা উল্লেখ কৰি নিৰাপত্তাৰক্ষীৰ হাতত পাঁচগৰাকী নিৰীহ লোকে প্ৰাণ হেৰুওৱাক ঘটনাক লৈ বাখ্যা আগবঢ়ায়।

আনহাতে, উচ্চতম ন্যায়ালয়ে বিভিন্ন পক্ষৰ বাখ্যা সমূহ শুনাৰ পাছত কেন্দ্ৰীয় চৰকাৰক CAA কিয় বাতিল কৰিব নালাগে সেই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

অহা ২ জানুৱাৰিলৈ উচ্চতম ন্যায়ালয় বন্ধ থাকিব আৰু ২২ জানুৱাৰীত পুনৰ শুনানি আৰম্ভ হ’ব।

উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাই CAA বাতিলৰ দাবীত লতাশিল খেলপথাৰত ১৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে গণ সত্যাগ্ৰহ পালন কৰিছে।

সদৌ অসম কৰ্মচাৰী পৰিষদেও আজি সমগ্ৰ ৰাজ্যত কৰ্মবিৰতি ঘোষণা কৰি আছুৰ গণ সত্যাগ্ৰহলৈ সমৰ্থন আগবঢ়াইছে।

Recent News

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd