• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ব্যৱহাৰ কৰিব নোৱাৰিব ‘পতিতা’ বা ‘বেশ্যা’ শব্দ : লিংগ বৈষম্য ৰোধৰ বাবে নতুন হাতপুথি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2023 8:58 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিংগ বৈষম্য ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন কৰিছে নতুন নিয়ম। ইয়াৰ বাবে এখন নতুন হাতপুথি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

নতুন হাতপুথি খনত কোৱা হৈছে যে নাৰীৰ বাবে আদালতত বেশ্যা, সতী আদি অসন্মানজনক শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। 

Apply Now

নতুন হাতপুথিখন উন্মোচন কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, ‘আইনী প্ৰশ্নৰ উত্তৰ দিওঁতে মহিলাৰ বিষয়ে কোনো ধৰণৰ অপমানজনক শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়। আদালতত নাৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰা শব্দবোৰ চিনাক্ত কৰিছে আদালতে। একেবাৰে অনৈতিক শব্দ কিছুমান বাবে বহুদিনৰ পৰা ব্যৱহাৰ হৈ আহিছে। সাধাৰণ মানুহৰ দৰে বিচাৰক সকলেও অজানিতে যৌনতাবাদী শব্দ ব্যৱহাৰ কৰে। কিন্তু সেই ভুলৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে।” 

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পূৰ্বৰ কাৰ্য্যবিধি বা তেওঁলোকৰ ৰায়দানৰ বিচাৰ কৰাটো এই হাতপুথিৰ উদ্দেশ্য নহয়। দীৰ্ঘদিন ধৰি ন্যায়িক কাৰ্য্যবিধিত ব্যৱহাৰ হৈ থকা লিংগ বৈষম্যমূলক শব্দসমূহৰ ওপৰত হাতপুথিখনে আলোকপাত কৰিছে। বিচাৰকসকলে শুদ্ধ বিচাৰ কৰিলেও শব্দৰ ব্যৱহাৰৰ বাবে লিংগ বৈষম্য বিয়পিব পাৰে।

উদাহৰণস্বৰূপে এগৰাকী মহিলাক ব্যভিচাৰী বুলি কোৱাটো উপযুক্ত নহয়, তাৰ পৰিৱৰ্তে ক’ব পাৰি যে মহিলাগৰাকীয়ে বিবাহৰ বাহিৰত যৌন সম্পৰ্ক স্থাপন কৰিছে। পত্নীক ‘কৰ্তব্যপৰায়ণ পত্নী’ বুলি কোৱাটোও  হাতপুথিত খনত বাৰণ কৰা হৈছে। এই হাতপুথি খনৰ নিৰ্দেশ মৰ্মে এতিয়াৰ পৰা পত্নীক কেৱল পত্নী বুলিয়েই ক‘ব লাগিব। লগতে ‘বেশ্যা’ বা ‘পতিতা’ শব্দটোও পৰিহাৰ কৰা উচিত বুলিও হাতপুথিখনত বিবেচনা কৰা হয়। আনহাতে ‘অকলশৰীয়া মাতৃ’ বা ‘চিংগল মাদাৰ’ শব্দৰ সলনি কেৱল মাতৃ বুলি উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই হাতপুথিখনত।

হাতপুথিখনত ​​কোৱা হৈছে যে মহিলাসকলে ঐতিহাসিকভাৱে অসংখ্য পক্ষপাতিত্ব আৰু কু-সংস্কাৰৰ সন্মুখীন হৈছে। যি সমাজ আৰু ন্যায় ব্যৱস্থাত তেওঁলোকৰ ন্যায় আৰু সন্মানৰ ক্ষেত্ৰত বাধা হৈ পৰিছে। ভাৰতীয় ন্যায়পালিকাই লিংগ বৈষম্য দূৰীকৰণক স্বীকৃতি দিব লাগিব। গতিকে চিন্তা কৰি, সিদ্ধান্ত গ্ৰহণ সচেতনভাবে কৰিব লাগিব। সচেতন সিদ্ধান্ত গ্ৰহণে এনে ভাষাৰ ব্যৱহাৰ পৰিহাৰ কৰে। শব্দ অতি গুৰুত্বপূৰ্ণ, কাৰণ ই সামাজিক মনোভাৱক প্ৰভাৱিত কৰে। 

উল্লেখ্য যে, নতুন হাতপুথিখনত ​​লিংগ বৈষম্য আঁতৰাবলৈ একাধিক বাৰ্তা সন্নিবিষ্ট কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd