• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 3:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলেজিয়ামক লৈ চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত বিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ পুনৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ। বিশ্বজুৰি চাঞ্চল্য আৰু দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা বিবিচিৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেচন’ শীৰ্ষক তথ্যচিত্ৰখনৰ বাবে এইবাৰ শলঠেকত পৰিছে মোদী চৰকাৰ।

উচ্চতম ন্যায়ালয়ে মোদী চৰকাৰে বিবিচিৰ তথ্যচিত্ৰখন ভাৰতত কিয় নিষিদ্ধ কৰা হৈছে আৰু সেই সম্পৰ্কীয় টুইটবোৰ আঁতৰাই দিয়াৰ সন্দৰ্ভত প্ৰশ্ন কৰাই নহয় ইয়াৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে মোদী চৰকাৰক নিৰ্দেশ দি কয় যে চৰকাৰে এই সম্পৰ্কীয় চৰকাৰীৰ সিদ্ধান্ত ন্যায়ালয়ত দাখিল কৰিব লাগিব।

উল্লেখ্য যে গুজৰাট সংঘৰ্ষৰ ওপৰত নিৰ্মাণ বিবিচি তথ্যচিত্ৰখনৰ মোদী চৰকাৰে ভাৰতত নিষিদ্ধ কৰাৰ পিছতে চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দুখনৈ আবেদন দাখিল কৰা হৈছিল। এই আবেদনকেইখনৰ প্ৰথমখন দাখিল কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, সাংবাদিক এন ৰাম আৰু প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণে আৰু আনখন অধিবক্তা এন এঞ শৰ্মাই।       

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এম সুন্দ্ৰেশৰ বিচাৰপীঠে এই দুই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক তিনি সপ্তাহৰ ভিতৰত প্ৰত্যুত্তৰ দিয়াৰ লগতে চৰকাৰী সিদ্ধান্তৰ খচৰা ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা এপ্ৰিলত মাহত অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে।

বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰি কয়, “আমি জাননী জাৰি কৰিছো।চৰকাৰে তিনি সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব নথি-পত্ৰসহ শপতনামা। তথ্যচিত্ৰখনক লৈ আপত্তি কৰাৰ কাৰণ অহা দুসপ্তাহৰ ভিতৰত দিব লাগিব।”

একে সময়তে ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ সুন্দৰেশৰ এখন বিভাগীয় বিচাৰপীঠে বিভিন্ন বিশ্ববিদ্যালয়ত তথ্যচিত্ৰ প্ৰদৰ্শনৰ বাবে ছাত্ৰ-ছাত্ৰীক শাস্তি দিয়াৰ বিষয়টোলৈ আদালতক টানি নিবলৈ অস্বীকাৰ কৰে।

দুই খণ্ডৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোদী কুৱেচন’ত দুটা দশক পূৰ্বে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত গোধৰা কাণ্ড আৰু ইয়াৰ পিছত হোৱা সাম্প্ৰদায়িক হিংসাৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা হৈছে। তথ্য চিত্ৰখনত দাবী কৰা হৈছে যে ২০০২ বৰ্ষৰ গুজৰাটৰ গোধ্ৰা কাণ্ডৰ বাবে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে দায়ী।

ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰা এই তথ্যচিত্ৰখনক লৈ আপত্তি কৰি আহিছিল। ঔপনিৱেশিক প্ৰ’পাগণ্ডা বুলি অভিহিত কৰি তথ্যচিত্ৰখন ভাৰতত নিষিদ্ধ কৰে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে বিবিচিয়ে দাবী কৰিছে যে এই তথ্যচিত্ৰখন যথেষ্ট গৱেষণা কৰি নিৰ্মাণ কৰা হৈছে। বিৰোধী নেতাসকলে মোডী চৰকাৰৰ এই পদক্ষেপক ‘চেন্সৰশ্বিপ বুলি অভিহিত কৰে। কেন্দ্ৰই এই তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজে এই প্ৰদৰ্শনৰ ব্যৱস্থাও কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd