• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইডিৰ ভূমিকাক লৈ পুনৰ প্ৰশ্ন উত্থাপন  উচ্চতম ন্যায়ালয়ৰ! কি ক’লে শীৰ্ষ অদালতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত উচ্চতম ন্যায়ালয়ে পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। কোনো সংযোগ বা প্ৰমাণৰ ভিত্তি নোহোৱাকৈ কাৰোবাৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰাটো ইডিৰ স্বভাৱ হৈ পৰিছে বুলি মন্তব্য কৰিছে ন্যায়ালয়ে। ছত্তীশগড়ৰ আবকাৰী দুৰ্নীতিৰ গোচৰত এজন অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অভয় এছ অকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই মন্তব্য কৰে। ন্যায়াধীশ অকাই উল্লেখ কৰে যে ইডিৰ গোচৰসমূহত তদন্তকাৰী সংস্থাই অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিব নোৱাৰাটো এটা নিয়মিত পৰিণত হৈছে।

প্ৰকাশিত তথ্য অনুসৰি ইডিয়ে অভিযোগ কৰিছিল যে এই গোচৰৰ অভিযুক্তই বিভিন্ন অপৰাধমূলক উপায়েৰে ৪০ কোটি টকা উপাৰ্জন কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে এই ধন কেনেকৈ উপাৰ্জন হৈছিল তাৰ বিশদ তথ্য ইডিয়ে দিব নোৱাৰিলে। লগতে, অভিযুক্তৰ সৈতে কোনো সংগঠনৰ সম্পৰ্কৰ প্ৰমাণো তদন্তকাৰী সংস্থাই আদালতত দাখিল কৰিব নোৱাৰিলে। ন্যায়াধীশ অকাই ইডিৰ অধিবক্তাক স্পষ্টভাৱে কয় যে, “আপুনি কিবা এটা প্ৰমাণ দেখুৱাব লাগিব!” তাৰ পিছত ইডিৰ অধিবক্তাই বিষয়টোৰ সবিশেষ তথ্য দাখিলৰ বাবে আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰিছিল। আদালতে এই গোচৰত অভিযুক্তৰ কোনো কোম্পানীৰ সৈতে সম্পৰ্ক আছে নে নাই তাৰো প্ৰমাণ বিচাৰিছিল।

Apply Now

ইডিৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপিত হোৱা এয়াই প্ৰথম নহয়। পূৰ্বেও বিভিন্ন গোচৰত সংস্থাটোৰ ভূমিকাৰ ওপৰত আদালতত সমালোচনা হৈছে। উদাহৰণস্বৰূপ, পশ্চিম বংগৰ নিযুক্তি দুৰ্নীতিৰ গোচৰত প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ জামিন শুনানিৰ সময়ত ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ভূঞাৰ বিচাৰপীঠে ইডিক সুধিছিল যে তেওঁলোকৰ অভিযোগত কিমানজনক দোষী সাব্যস্ত কৰা হৈছে।

ন্যায়ালয়ে উল্লেখ কৰিছে যে ইডিৰ দোষী সাব্যস্তৰ হাৰ অতি কম, যি তেওঁলোকৰ তদন্তৰ গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। দেশৰ বিভিন্ন আদালতত ইডিৰ তদন্তৰ পদ্ধতি আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ আহিছে, যিয়ে সংস্থাটোৰ কাৰ্যপ্ৰণালীৰ বিশ্বাসযোগ্যতাৰ বিষয়টোক আলোকপাত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd