DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কোনো নিৰ্দেশ নিদিওঁ’! আদানি কাণ্ডত সংবাদ মাধ্যমক নাকী লগোৱাৰ আৰ্জি খাৰিজ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 24, 2023 4:00 pm
127
VIEWS
Share on FacebookShare on Twitter

“আদানি গ্ৰুপৰ বিৰুদ্ধে ষড়যন্ত্ৰ” বুলি অভিযোগ কৰি দুজন অধিবক্তাই হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ তদন্ত বিচাৰিছিল। তেওঁলোকে অভিযোগ কৰিছিল যে সংবাদ মাধ্যমৰ এটা অংশই পৰিকল্পিত প্ৰচাৰ চলাইছে। সংবাদ মাধ্যমসমূহে আদালতৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে যাতে আদানি কেলেংকাৰীৰ ওপৰত কোনো প্ৰতিবেদন প্ৰকাশ নকৰে তাৰ বাবে শীৰ্ষ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনো দাখিল কৰিছিল।

কিন্তু শুকুৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই সন্দৰ্ভত কোনো নিৰ্দেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। পিআইএলৰ আবেদনকাৰী এম এল শৰ্মাৰ আবেদন খাৰিজ কৰি তিনিজনীয়া বিচাৰপীঠে কয়, “আমি এই সন্দৰ্ভত সংবাদ মাধ্যমক কোনো নিৰ্দেশ নাদিওঁ।”

আদানি গ্ৰুপৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে শ্বেয়াৰ জালিয়াতি আৰু বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। দুখন ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাৰ আবেদনকাৰী এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে দাবী কৰিছিল যে প্ৰতিবেদনখন দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰৰে প্ৰকাশ কৰা হৈছে। ফলস্বৰূপে, দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে। এই বিষয়ত সংবাদ মাধ্যমক বিষয়টোৰ ওপৰত “প্ৰতিবেদন” প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশনা দিবলৈ আবেদন জনোৱা হৈছিল।

বিশাল তিৱাৰীৰ ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাই “ষড়যন্ত্ৰৰ সন্ধানত” তদন্তৰ দাবী জনোৱা হৈছিল। আনহাতে, গৌতম আদানিৰ কোম্পানীৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত বিচাৰি শীৰ্ষ ন্যায়ালয়ত আৰু দুটা গোচৰ পৰি আছে।

Recent News

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd