• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে ভাৰতীয় বাৰ কাউন্সিলৰ এনে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কোনো ক্ষমতা নাই।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 3, 2026 5:06 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনৰ ছাত্ৰ-ছাত্ৰীৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ কোনো বিধিগত ক্ষমতা ভাৰতীয় বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ নাই। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে। আজিৰ ৰায়দানত দেশৰ শীর্ষ ন্যায়ালয়ে কয় যে যদি শিক্ষার্থীসকলৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিবলগীয়া হয় তেন্তে সংশ্লিষ্ট শিক্ষানুষ্ঠানখনেই তেওঁলোকৰ নিজা নীতি-নিয়ম অনুসৰি ল’ব লাগিব৷

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনেৰে গঠিত বিভাগীয় বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। হায়দৰাবাদৰ ‘নালছাৰ ইউনিভাৰ্চিটি অৱ ল’ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা বিবাদৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে। বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্য ন্যায়াধীশৰ অংশগ্ৰহণৰ প্ৰস্তাৱত আপত্তি জনাইছিল সেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

Apply Now

সেই ঘটনাৰ পিছতে আইনী বৃত্তি আৰু আইনী শিক্ষা নিয়ন্ত্ৰণ কৰা বিধিগত সংস্থা ভাৰতীয় বাৰ কাউন্সিলে যোৱা মাহত এক নিৰ্দেশ জাৰি কৰিছিল। ইয়াত কোৱা হৈছিল যে বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত মুখ্য ন্যায়াধীশৰ অংশগ্ৰহণৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে ২০২৬ চনৰ বেটচৰ ‘নালছাৰ’ ছাত্ৰ-ছাত্ৰীসকলক যাতে তালিকাভুক্ত কৰা নহয়। ব্যাপক সমালোচনাৰ সন্মুখীন হৈ ভাৰতীয় বাৰ কাউন্সিলে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ লগতে ইয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰইও ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰে।

নালছাৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বাৰ কাউন্সিলে জাৰি কৰা দুয়োটা অধিসূচনা বিচাৰপীঠে বাতিল কৰে। অৱশ্যে জাৰি কৰাৰ কেইঘণ্টামানৰ ভিতৰতে অধিসূচনাসমূহ প্ৰত্যাহাৰ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে ভাৰতীয় বাৰ কাউন্সিলৰ এনে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কোনো ক্ষমতা নাই। আদালতে উল্লেখ কৰে যে আইনৰ ছাত্ৰ-ছাত্ৰীসকলে অধিবক্তা হিচাপে নামভৰ্তি কৰাৰ পিছতহে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আইনী অধিকাৰ কাউন্সিলৰ হাতত আছে।

ইয়াৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে কয়, “আমাৰ মতে ভাৰতীয় বাৰ কাউন্সিলক বিধিগত সংস্থা হিচাপে গঠন কৰা অধিবক্তা আইন, ১৯৬১ৰ অধীনত ভাৰতীয় বাৰ কাউন্সিল বা কোনো ৰাজ্যিক বাৰ কাউন্সিলক আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ ক্ষমতা প্ৰদান কৰা হোৱা নাই। এনে ক্ষমতা প্ৰয়োগ কৰাৰ পূৰ্বচৰ্ত হ’ল যিকোনো এজন আইনৰ স্নাতকক উক্ত আইনৰ অধীনত অধিবক্তা হিচাপে নথিভুক্ত কৰা।”

বিচাৰপীঠে লগতে কয়, “ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত কেৱল তেওঁলোকৰ মূল শিক্ষা প্ৰতিষ্ঠান বা সেই প্ৰতিষ্ঠানৰ নিয়ম/উপ-বিধি অনুসৰি নিৰ্ধাৰণ কৰা কৰ্তৃপক্ষইহে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগ্য। আমি ১৩ আগষ্টৰ সকলো যোগাযোগ বা পৰৱৰ্তী সংশোধিত যোগাযোগ আইনগতভাৱে বাতিল বুলি ঘোষণা কৰিছো। অন্তৱৰ্তীকালীন নিৰ্দেশনা চূড়ান্ত কৰা হ’ল।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd