• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 1, 2022 1:04 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Supreme Court slams Nupur Sharma বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মা উচ্চতম ন্যায়ালয়ৰ পৰা তীব্ৰ ভৎৰ্সনাৰ সন্মুখীন হৈছে। নবীৰ ওপৰত তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে নুপুৰক দলৰ পৰা নিলম্বিত কৰা হৈছে। অৱশ্যে নুপুৰৰ বক্তব্যৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তত বিক্ষোভ তথা হিংসাত্মক ঘটনা সংঘটিত হৈছে।

এই পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাক কয় যে “দেশত যি ঘটি আছে তাৰ বাবে তেওঁৱেই একমাত্ৰ দায়ী”। তদুপৰি উচ্চতম ন্যায়ালয়ে কয় যে নুপুৰ শৰ্মাই টিভিলৈ আহি সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে।

মন কৰিকৰিবলগীয়া যে নুপুৰ শৰ্মাৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছিল। নুপুৰ শৰ্মাই অভিযোগবোৰ একত্ৰিত কৰি দিল্লীলৈ স্থানান্তৰ কৰাৰ আবেদন লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

Apply Now

তেওঁ আবেদন জনাই দাবী কৰিছিল যে তেওঁৰ জীৱনলৈ সংশয় আছে। অৱশ্যে নুপুৰৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি দিলে।

উচ্চতম ন্যায়ালয়ে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাক তীব্ৰ ভৎৰ্সনা কৰি কয় যে নুপুৰৰ “লেকামহীন মুখ”ৰ বাবে দেশত জুই জ্বলিছে। তেওঁ ‘’উদয়পুৰৰ দৰে দুৰ্ভাগ্যজনক ঘটনাৰ বাবে দায়ী।”

লগতে পঢ়ক: Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

শীৰ্ষ আদালতখনে কয়, “আমি সেই বিতৰ্কটো চাইছো। তেওঁ যিধৰণে কথাবোৰ কৈছিল সেয়া দেখিছো। সমগ্ৰ দেশৰ ওচৰত আপুনি ক্ষমা বিচৰা উচিত।‘’

আনহাতে, নুপুৰৰ জীৱনৰ সংশয়ৰ বিষয়টোকলৈ উচ্চতম ন্যায়ালয়ে কয়, “তেওঁ ভাবুকিৰ সন্মুখীন হৈছে নে তেওঁৱেই নিৰাপত্তাৰ বাবে ভাবুকি হৈ পৰিছে?” তেওঁ দেশত অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰিছে। আজি সমগ্ৰ দেশতে যি ঘটিছে তাৰ বাবে অকল এই মহিলাগৰাকী দায়ী।‘’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd