• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ এগৰাকী মহিলাক বিতাড়নৰ ক্ষেত্ৰত সাময়িক স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2025 9:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে অসমৰ এগৰাকী মহিলাক বিতাড়নৰ ক্ষেত্ৰত সাময়িক স্থগিতাদেশ জাৰি কৰি কৰিছে। ২৪ জুন, মঙলবাৰে ন্যায়াধীশ কে. ভি. বিশ্বনাথন আৰু এন. কোটিশ্বৰ সিঙৰ নেতৃত্বত গঠিত দুজনীয়া বিচাৰপীঠে এই আদেশ জাৰি কৰি চৰকাৰক আবেদনকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়ে।

চৰকাৰে বিদেশী বুলি বিতাড়িত কৰিবলৈ চেষ্টা কৰা জয়নাব বিবিয়ে দাবী কৰে যে তেওঁ জন্মসূত্ৰে ভাৰতীয় নাগৰিক। তেওঁৰ জন্ম নগাঁও জিলাৰ ধিং মৌজাৰ অন্তৰ্গত মুৱামাৰী গাঁৱত হৈছিল। তেওঁ লগতে কয় যে তেওঁৰ পৰিয়ালে প্ৰজন্ম ধৰি অসমত বসবাস কৰি আহিছে আৰু তেওঁলোকৰ হাতত ভাৰতীয় নাগৰিকতা নিশ্চিত কৰা বৈধ নথিপত্ৰ আছে।

Apply Now

তেওঁক উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰে অধিবক্তা ফুজাইল আহমদ আয়ুবি আৰু আকাংক্ষা ৰায়ে। আয়ুবিয়ে যুক্তি আগবঢ়ায় যে বিদেশী ন্যায়াধিকৰণে যি ধৰণে তেওঁৰ ক্লায়েণ্টক বিদেশী বুলি ঘোষণা কৰিছে, সেইটো “স্বেচ্ছাচাৰী আৰু যান্ত্ৰিক পদ্ধতিৰে” কৰা হৈছে। এই ৰায়ক ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়েও সমৰ্থন কৰিছিল।

তেওঁ কয় যে তেওঁ জন্মসূত্ৰে ভাৰতীয় নাগৰিক, অসমৰ নগাঁও জিলাৰ ধিং মৌজা অঞ্চলৰ ভিতৰৰ মুৱামাৰী গাঁৱত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। অধিবক্তা আয়ুবিয়ে যুক্তি দিছে যে বিদেশী ন্যায়াধিকৰণে তেওঁৰ ক্লায়েণ্টক বিদেশী হিচাপে ঘোষণা কৰাটো “স্বেচ্ছাচাৰী আৰু যান্ত্ৰিক পদ্ধতিৰে” দিয়া হৈছিল, যিটো ৰায় পিছলৈ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে সমৰ্থন কৰে।

অধিবক্তাসকলে ২০২৪ চনৰ উচ্চতম ন্যায়ালয়ৰ এক উল্লেখযোগ্য ৰায় উদ্ধৃতি দি কয় যে নিৰ্বিচাৰে কোনোলোকক বিদেশী বুলি ঘোষণা কৰাৰ প্ৰৱণতা গভীৰ চিন্তাৰ বিষয়। আদালতে এই ক্ষেত্ৰত পুনৰব্যক্ত কৰে যে প্ৰমাণৰ বোজা চৰকাৰী কৰ্তৃপক্ষৰ ওপৰত থাকে, তেওঁলোকে যদি কোনো ব্যক্তিক বিদেশী বুলি সন্দেহ কৰে, তেন্তে সেই সন্দেহ প্ৰমাণ কৰিব পৰা পৰ্যাপ্ত নথি দাখিল কৰিব লাগিব। কেৱল সন্দেহৰ আধাৰত কাকো বিদেশী বুলি গণ্য কৰা উচিত নহয়।

আদালতে জোৰ দি কয় যে প্ৰমাণৰ বোজা কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে কোনো ব্যক্তিৰ জাতীয়তা সম্পৰ্কে তেওঁলোকৰ সন্দেহ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি আয়ুবিয়ে কয় কেৱল সন্দেহৰ ভিত্তিত নহয় প্ৰমাণৰ ভিত্তিত হে বিদেশী বুলি গণ্য কৰা হয়।

আবেদনকাৰীয়ে উল্লেখ কৰে যে ১৯৫১ চনৰ এনআৰচিৰ তালিকাত তেওঁৰ ককাকৰ নাম আছে, লগতে ১৯৬৫ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাতো আছে।ইয়াৰ উপৰিও ১৯৮৯ আৰু ১৯৯৭ চনৰ ভোটাৰ তালিকাত তেওঁৰ পিতৃ-মাতৃৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে পৰৱৰ্তী তালিকাত তেওঁৰ নাম আৰু স্বামীৰ নাম দুয়োৰে নাম সন্নিবিষ্ট কৰা হৈছিল। এই নথিপত্ৰ থকাৰ পিছতো তেঁক “অবৈধ অনুপ্ৰৱেশকাৰী” হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

তেওঁ লগতে অভিযোগ কৰে যে তেওঁৰ বংশৰ সংযোগ প্ৰমাণ কৰা, গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা নথিপত্ৰ   ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে যথোচিতভাৱে বিবেচনা কৰা নাই। আবেদনকাৰীয়ে উল্লেখ কৰে যে পূৰ্বৰ এক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি যদি নথিসমূহ যথাযথভাৱে পৰীক্ষা কৰা হয় তেন্তে গাঁও পঞ্চায়তে প্ৰদান কৰা নথিপত্ৰক লিগেচি সংযোগ প্ৰমাণৰ বাবে গ্ৰহণযোগ্য বুলি স্বীকৃতি দিয়া হৈ ।

কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিবলৈ আনুষ্ঠানিক জাননী জাৰি কৰাৰ পিছতে বিচাৰপীঠে ২৫ আগষ্টত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰে।

Tags: assamCitizenshipRightsDeportationStayHumanRightsIndianJudiciaryLegalJusticeSupremeCourt
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd