• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী চৰকাৰৰ বাবে মোক্ষম আঘাত! নিৰ্বাচনী বণ্ড আঁচনি অসাংবিধানিক, উচ্চতম ন্যায়ালয়ৰ ৰায়; পোহৰলৈ আহিব দাতা সংস্থাৰ নাম

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 15, 2024 12:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বণ্ড আঁচনিৰ গোচৰত নৰেন্দ্ৰ মোডী চৰকাৰে উচ্চতম ন্যায়ালয়ত ডাঙৰ আঘাত পালে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে বৃহস্পতিবাৰে কয় যে বেনামি নিৰ্বাচনী বণ্ডে সংবিধানত সন্নিৱিষ্ট বাক স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰিছে। সেয়েহে মোডী চৰকাৰে জাৰি কৰা নিৰ্বাচনী বণ্ড আঁচনি অসাংবিধানিক। আৰু সেই আধাৰতে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড প্ৰকল্প খাৰিজ কৰিলে।

ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে আৰ্থিক অনুদান লাভ কৰাৰ এসপ্তাহৰ ভিতৰত নিৰ্বাচন আয়োগে জনসাধাৰণৰ আগত তথ্য প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ কোনে কিমান টকা দিলে, সেয়া এতিয়া প্ৰকাশ হ’বলৈ গৈ আছে।

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নিৰ্বাচনী বণ্ড গোচৰত সৰ্বসন্মতিক্ৰমে ৰায় দিয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত আছিল বিচাৰপীঠখন। যোৱা বছৰৰ ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ ৰায়দান স্থগিত ৰাখিছিল।

Apply Now

লগতে পঢ়কঃ পানীৰ পৰা প্লাষ্টিক ফিল্টাৰ কৰিব চুম্বকে; খোৱাপানী বিশুদ্ধ কৰিবলৈ নতুন উদ্ভাৱন ‘নেনো-মেগনেট’

উচ্চতম ন্যায়ালয়ে কয় যে বেনামি নিৰ্বাচনী বণ্ড প্ৰদান কৰিলে তাত তথ্যৰ অধিকাৰ আইন আৰু সংবিধানৰ ১৯ ​​(১) (ক) অনুচ্ছেদ উলংঘা হ’ব। উল্লেখ্য যে সংবিধানৰ ১৯ ​​(১) (ক) অনুচ্ছেদৰ অধীনত সকলো নাগৰিককে বাক স্বাধীনতা প্ৰদান কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয় যে নিৰ্বাচনী বণ্ড আঁচনিখন সংবিধানৰ ১৯ ​​(১) (ক) অনুচ্ছেদৰ বিৰুদ্ধে। গতিকে যিবোৰ বেংকে নিৰ্বাচনী বণ্ড জাৰি কৰি আছে, সেইবোৰে তৎক্ষণাত নিৰ্বাচনী বণ্ড জাৰি কৰা বন্ধ কৰক। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিৰ্বাচন আয়োগক সেই তথ্য ১৩ মাৰ্চৰ ভিতৰত নিজৰ ৱেবছাইটত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে ২০১৮ চনৰ ২ জানুৱাৰীত চৰকাৰে নিৰ্বাচনী বণ্ড আঁচনিৰ অধিসূচনা প্ৰকাশ কৰে। কেন্দ্ৰই যুক্তি আগবঢ়ায় যে ৰাজনৈতিক দলসমূহলৈ আৰ্থিক অনুদানৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ বাবে নগদ ধনৰ বিকল্প হিচাপে নিৰ্বাচনী বণ্ড প্ৰৱৰ্তন কৰা হৈছে। যিকোনো ভাৰতীয় নাগৰিকে নিৰ্বাচনী বণ্ড আঁচনিৰ অধীনত নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰিব। ব্যক্তিগতভাৱে বণ্ড ক্ৰয়ৰ নিয়ম ৰখা হয়। সেই প্ৰকল্পত যৌথভাৱে বণ্ড ক্ৰয় কৰাৰ নিয়মো ৰখা হয়। দেশৰ বিভিন্ন সংগঠনে নিৰ্বাচনী বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলসমূহক আৰ্থিক সহায় আগবঢ়াব পাৰে।

লগতে পঢ়কঃ কৃষকৰ প্ৰতিবাদৰ সন্মুখত বেৰিকেড-কন্দুৱা গেছ ব্যৰ্থ; কেন্দ্ৰৰ সৈতে আজি পুনৰ বৈঠক

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ২৯ক ধাৰাত পঞ্জীয়ন কৰা ৰাজনৈতিক দল আৰু যিবোৰ দলে অন্তিম লোকসভা বা বিধানসভা নিৰ্বাচনত ভোটদান কৰা মুঠ ভোটৰ এক শতাংশতকৈ কম পোৱা নাই, সেইবোৰ দলেহে নিৰ্বাচনী বণ্ড ক্ৰয় কৰাৰ অনুমতি পাব। চৰকাৰী অধিসূচনা অনুসৰি যোগ্য ৰাজনৈতিক দলসমূহে অনুমোদিত বেংক একাউণ্টৰ জৰিয়তেহে ধন উলিয়াব পাৰিব। তেনে ক্ষেত্ৰত কোনো দলক কাক বা কিমান টকা দিয়া হৈছে সেয়া সম্পূৰ্ণ গোপনে থাকিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd