• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ‘হাওঁফাওঁ’ বিক্ৰী! আৰাৱলী বিতৰ্কত উচ্চতম ন্যায়ালয়ে দাখিল কৰিলে নিজাববীয়া গোচৰ, সোমবাৰে শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 12:33 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ উদ্যোগপতি বন্ধুসকলৰ উদৰ পূৰাবলৈ নৰেন্দ্ৰ মোডী চৰকাৰে উত্তৰ-পশ্চিম ভাৰতৰ হাওঁফাওঁ প্ৰাচীন আৰাৱলী পৰ্বতমালা ধ্বংসৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে! উত্তপ্ত বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ে দাখিল কৰিছে নিজাববীয়া (suo motu) গোচৰ। জানিব পৰা মতে, সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হ’ব।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত কোৱা হৈছে যে ১০০ মিটাৰ বা তাতকৈ অধিক উচ্চতা থকা আৰাৱলী পাহাৰৰ ভূমি আৰু ইয়াৰ চাৰিওফালৰ নামনি অংশ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ’ব। এইবোৰক আৰাৱলী ৰেঞ্জৰ অংশ হিচাপে গণ্য কৰা হ’ব, অৰ্থাৎ ১০০ মিটাৰতকৈও কম দৈৰ্ঘ্যৰ পাহাৰসমূহ সুৰক্ষাৰ অধীনত নাথাকিব। অৱশ্যে আৰাৱলীৰ ৯০ শতাংশ পাহাৰৰ উচ্চতা ১০০ মিটাৰৰ তলত। কিন্তু উল্লেখযোগ্য যে আৰৱলীৰ এই ‘সংজ্ঞা’ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিছিল। তাতেই উচ্চতম ন্যায়ালয়ে সন্মতি দিয়ে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়। হাৰিয়ানা, ৰাজস্থান, গুজৰাটৰ সাধাৰণ বাসিন্দাকে ধৰি পৰিৱেশবিদসকল ক্ষুব্ধ হৈ পৰে। নিৰ্মাণ উদ্যোগত ব্যৱহৃত কয়লা আৰু শিলৰ অপৰিসীম মজুত থকা আৰাৱলীত নৰেন্দ্ৰ মোডী চৰকাৰে খননৰ পথ প্ৰশস্ত কৰা বুলি অভিযোগ উত্থাপন কৰে।

এতিয়ালৈকে আৰাৱলী পৰ্বতমালা বুলি গণ্য কৰা ভূখণ্ড আৰু সুৰক্ষিত নহ’ব বুলিও অভিযোগ উত্থাপন কৰে৷ ইয়াৰ ৯০ শতাংশ অসুৰক্ষিত হৈ পৰিব। ফলত ৰাজস্থান, গুজৰাট আৰু দিল্লীলৈকে বিস্তৃত আৰাৱলী পৰ্বতমালাত খনন কাৰ্য্য অবিৰতভাৱে চলি থাকিব।

এই পৰিস্থিতিত চাপত পৰি যোৱা বুধবাৰে কেন্দ্ৰই এক বৃহৎ আদেশ জাৰি কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে সংশ্লিষ্ট সকলো ৰাজ্যকে আৰাৱলীত নতুন খনন অনুমতি প্ৰদানৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰসংগক্ৰমে ভাৰতত আৰৱালী পৰ্ৱতমালাৰ গুৰুত্ব অপৰিসীম। হাৰিয়ানাৰ পৰা ৰাজস্থান, গুজৰাট আৰু দিল্লীলৈকে বিস্তৃত আৰৱলী পৰ্বতমালা কেৱল জৈৱ বৈচিত্ৰ্যৰ উৎসই নহয়, এই অঞ্চলসমূহৰ বাবে পানীৰো মূল উৎস। ইয়াৰ পৰাই চম্বাল, সবৰমতী আৰু লুনিৰ দৰে নদীৰ উৎপত্তি হয়। ইয়াৰ ক্ষতি হ’লে পাহাৰৰ পৰিৱেশ তন্ত্ৰত ভয়াৱহ প্ৰভাৱ পৰিব। আৰৱলীয়ে ৰাজস্থানৰ থৰ মৰুভূমিৰ সম্প্ৰসাৰণতো বাধা দিয়ে। এই পৰ্বতমালা অবিহনে দিল্লীও মৰুভূমিয়ে আগুৰি ধৰিলেহেঁতেন।

পৰিৱেশবিদসকলে দাবী কৰে যে যদিহে আৰাৱলী খনি আৰু ৰিয়েল এষ্টেটৰ দৰে কৰ্প’ৰেটৰ হাতত পৰে তেন্তে আৰাৱলীয়ে প্ৰদান কৰা নিৰাপত্তাৰ ৯০ শতাংশ ভাঙি যাব। ভয়ংকৰ প্ৰদূষণৰ বাহিৰেও জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে ধ্বংস হ’ব। ভূগৰ্ভস্থ পানীৰ পুনঃব্যৱহাৰ হ্ৰাস পাব। জল সংকটে চৰম ৰূপ ল’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd