• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

আদালতৰ পৰ্যবেক্ষণ অনুসৰি, কেৱল শোক বা সহানুভূতি প্ৰকাশ কৰাটোৱেই সমস্যাৰ সমাধান নহয়। অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া আৰু জনসাধাৰণৰ সুৰক্ষা ৰক্ষাৰ বাবে দায়বদ্ধ বিষয়াসকলৰ জবাবদিহিতা নিশ্চিত কৰিব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 28, 2026 1:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া এনচিআৰ এলেকাত সংঘটিত হোৱা নৃশংস ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে নিজাববীয়া পদক্ষেপ (Suo Motu) গ্ৰহণ কৰিছে।

দিল্লীৰ কলকাজী মন্দিৰৰ সমীপৰ এখন উদ্যানৰ ভিতৰত দলবদ্ধ ধৰ্ষণ আৰু চলন্ত শ্লীপাৰ বাছত নাবালিকাক যৌন নিৰ্যাতনৰ দৰে ঘটনাক তীব্ৰ গৰিহণা দি উচ্চতম ন্যায়ালয়ে কয় যে এইবোৰ কেৱল বিচ্ছিন্ন ঘটনা নহয়, বৰঞ্চ আইন-শৃংখলা আৰু প্ৰশাসনিক ব্যৱস্থাৰ চৰম গাঁথনিগত বিফলতাৰ স্পষ্ট প্ৰমাণ।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

Apply Now

গ্ৰেটাৰ নয়দাৰ পৰি চ’কৰ পৰা দিল্লীৰ কাশ্মীৰ গেটলৈ ৪৭ কিলোমিটাৰ যাত্ৰাপথত বাছত এগৰাকী নাবালিকাক নৃশংস নিৰ্যাতন আৰু আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ কথা উল্লেখ কৰি আদালতে স্পষ্টভাৱে উল্লেখ কৰে যে এই ঘটনাসমূহে ২০১১ চনৰ মৰ্মান্তিক ‘নিৰ্ভয়া’ কাণ্ডৰ কথা মনত পেলাই দিয়ে।

আদালতৰ পৰ্যবেক্ষণ অনুসৰি, কেৱল শোক বা সহানুভূতি প্ৰকাশ কৰাটোৱেই সমস্যাৰ সমাধান নহয়। অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া আৰু জনসাধাৰণৰ সুৰক্ষা ৰক্ষাৰ বাবে দায়বদ্ধ বিষয়াসকলৰ জবাবদিহিতা নিশ্চিত কৰিব লাগিব।

কলকাজী মন্দিৰৰ সমীপৰ উদ্যানখনত সংঘটিত ঘটনাই নিৰাপত্তাৰ চৰম সুৰুঙা উদঙাই দিছে। পৰ্যাপ্ত পোহৰৰ অভাৱত চিচিটিভি বা নিয়মীয়া আৰক্ষীৰ টহলদাৰী, জনবসতিপূৰ্ণ বা ঐতিহাসিক স্থান অপৰাধৰ বাবে ‘হাই ৰিস্ক জ’ন’ হৈ উঠিব নোৱাৰে।

যোৱা ৪ আগষ্টত গ্ৰেটাৰ নয়দাৰ পৰি চ’কৰ পৰা দিল্লীৰ কাশ্মীৰ গেটলৈ যোৱা এখন শ্লীপাৰ বাছত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। বাছ চালক আৰু কণ্ডাক্টৰজনে ৪৭ কিলোমিটাৰ যাত্ৰাত এই অত্যাচাৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পিছত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

শেহতীয়াকৈ দিল্লীৰ আস্থাকুঞ্জ পাৰ্কত আৰক্ষীৰ পৰিচয় দি তিনিজন দুষ্কৃতিকাৰীয়ে ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ভাবুকি দি চোকা অস্ত্ৰ দেখুৱাই পণবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাত তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, ইয়াৰে এজন আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত আহত হৈছে।

এতিয়া প্ৰশাসনিক আৰু আৰক্ষী ব্যৱস্থাৰ এই চৰম গাফিলতিৰ বিৰুদ্ধে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাৰ্তা দিয়াত আইনী সমাজত ব্যাপক আলোড়নৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd