• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত অক্সিজেনৰ অভাৱ : সংকট সমধানৰ বাবে টাস্ক ফ’ৰ্চ গঠন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 8:00 pm
index.jpgkk
282
VIEWS
Share on FacebookShare on Twitter

দেশত অক্সিজেনৰ অভাৱৰ বাবেই বহু কোভিড ৰোগী মৃত্যু মুখত পৰিছে। অক্সিজেন অভাৱৰ সমস্যাই দেশত গুৰুতৰ সমস্যাৰূপে ধাৰণ কৰাই নহয়, ই দেশৰ স্বাস্থ্য খণ্ডৰ সংকট হিচাপেও দেখা দিছে।

শনিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অক্সিজেনৰ সংকট মোচনৰ বাবে এক টাস্ক ফ’ৰ্চ গঠন কৰিছে।

শনিবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে ১২ গৰাকী সদস্যৰে এই টাস্ক ফ’ৰ্চ গঠন কৰে।

ৱেষ্ট বেংগল ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সৰ প্ৰাক্তন উপাচাৰ্য ভৱতোষ ভট্টাচাৰ্যই নেতৃত্ব দিবলগীয়া এই ১২ জনীয়া টাস্ক ফ’ৰ্চত আছে ক্ৰমে গুৰগাঁৱৰ মেদান্ত হাস্পতালৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহানসহ দিল্লীৰ গংগাৰাম হাস্পতাল, ভেলুৰৰ ক্ৰিষ্টিয়ান মেডিকেল কলেজ, বাংগালুৰুৰ নাৰায়াণা হেল্থ কেয়াৰ আৰু মুম্বাইৰ ফৰটিছ হাস্পতালৰ চিকিৎসক।

এই ফ’ৰ্চে কোন ৰাজ্যত কিমান অক্সিজেনৰ প্ৰয়োজন আৰু সঠিক মতে অক্সিজেনৰ সৰবৰাহ হৈছে নে নাই এই সকলোবোৰ দিশ তদাৰক কৰিব বুলি কোৱা হৈছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰেই টাস্ক ফ’ৰ্চ গঠনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল উচ্চতম ন্যায়ালয়ে।

স্মৰ্তব্য যে দেশৰ ৰাজ্যসমূহৰ মাজত অক্সিজেনৰ সৰবৰাহকলৈ বিবাদৰ সূত্ৰপাত হৈছিল। যাৰফলত সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd