DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দেখিবনে মুকলি আকাশ! কাইলৈ উচ্চতম ন্যায়ালয়ত চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 9:26 pm
Sisodia
171
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ আসনৰ পৰা গৈ বিগত চাৰিমাহ তিহাৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কটালে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনীষ চিছ’দিয়াই। সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত বন্দী চিছ’দিয়াই ইতিমধ্যে জামিন বিচাৰি বিমুখ হৈছে দিল্লী উচ্চ ন্যায়ালয়ত।

উচ্চ ন্যায়ালয়ৰ অস্বীকাৰৰ পিছত এতিয়া কাইলৈ দেশৰ শীৰ্ষ আদালতে বিচাৰ কৰিব আপ নেতাগৰাকীৰ জামিন আবেদন। যোৱা ৬ জুলাইত উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চিছ’দিয়া।

চিছ’দিয়াৰ এই আবেদনৰ শুনানিৰ বাবে যোৱা সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে সন্মতি প্ৰকাশ কৰিছিল। চিছ’দিয়াই নিজ আবেদনত তেওঁৰ পত্নীৰ অসুস্থতাৰ উদ্ধৃতিৰে জামিনৰ বাবে অনুৰোধ জনাইছে।

উল্লেখ্য যে, সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত দুই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ধাৰাবাহিক জেৰাৰ অন্তত বিগত ২৬ ফেব্ৰুৱাৰীত চিবিআই- এ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল।

উক্ত দিন ধৰি জিম্মাত আছে আপ নেতাগৰাকী। কেলেংকাৰীৰ এই গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে ৩০ মে’ত চিছ’দিয়াৰ জামিন নাকচ কৰিছিল। আনহাতে ধন সৰবৰাহৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল আপ নেতাগৰাকীক।

এই গোচৰতো বিগত ৩ জুলাইত উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ জামিন নাকচ কৰে। অভিযুক্ত চিছ’দিয়াৰ ৰাজনৈতিক স্থিতিৰ বাবে তেওঁ সাক্ষীক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উচ্চ ন্যায়ালয়ে চিছ’ডিয়াক জামিনৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল।

Recent News

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd