• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশ প্ৰশাসনৰ বুলড’জাৰ অভিযান: আজি আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2022 10:23 am
Supreme Court
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশ প্ৰশাসনৰ ধাৰাবাহিক বুলড’জাৰ অভিযানৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উত্তৰ প্ৰদেশ চৰকাৰৰ এই উচ্ছেদ অভিযানক বেআইনী আখ্যা দি এনে ধ্বংসাত্মক কাৰ্যত লিপ্ত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুছলমান সংস্থা জমিয়ত উলেমা-ই-হিন্দে এই আবেদন দাখিল কৰিছিল।

সম্প্ৰতি দেশব্যাপী চৰ্চিত হৈ থকা প্ৰফেট মহম্মদ বিতৰ্কৰ প্ৰতিক্ৰিয়া স্বৰূপে যোৱা সপ্তাহত সৃষ্টি হোৱা প্ৰতিবাদী কাৰ্যকলাপ তথা সংঘৰ্ষৰ পাছতে উত্তৰ প্ৰদেশ প্ৰশাসনে সংঘৰ্ষত জড়িত থকা বুলি অভিযোগ কৰি কেইবাজনো ব্যক্তিৰ ঘৰত উদ্দেশ্যপ্ৰণোদিতভাৱে বুলড’জাৰেৰে উচ্ছেদ চলাইছিল। প্ৰশাসনে এই ঘৰসমূহ অবৈধভাৱে নিৰ্মাণ কৰা বুলি অভিযোগ তুলিছিল।

Apply Now

ৰাজ্যিক প্ৰশাসনৰ এই উচ্ছেদৰ হাতোৰা ভাৰতীয় ৱেলফেয়াৰ পাৰ্টিৰ নেতা তথা ৰাজ্যখনৰ আগশাৰীৰ ৰাজনীতিবিদ জাভেদ মহম্মদৰ ঘৰতো পৰিছিল। প্ৰয়াগৰাজৰ জিলা উন্নয়ন কৰ্তৃপক্ষই দেওবাৰে জাভেদ মহম্মদৰ ঘৰত উচ্ছেদ চলাইছিল।

জিলা প্ৰশাসনে জাভেদ মহম্মদৰ এই ভৱনটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বুলি দাবী কৰাৰ লগতে মে’ত জাননী জাৰি কৰাৰ পিছত জাভেদ মহম্মদ শুনানিৰ বাবে উপস্থিত হোৱা নাছিল বুলি যুক্তি দিছিল।

আনহাতে জাভেদক প্ৰতিনিধিত্ব কৰা অধিবক্তা সকলে কয় যে জাভেদৰ পৰিয়ালে উচ্ছেদৰ আগদিনা ৰাতিহে জাননীৰ প্ৰতিলিপি লাভ কৰিছিল। তদুপৰি উচ্ছেদিত ভৱনটো তেওঁৰ পত্নীৰ নামতহে আছিল।

ইফালে ভাভেদ মহম্মদৰ ঘৰত উচ্ছেদ চলোৱাৰ এদিন পূৰ্বে কানপুৰত ৩ জুনত সংঘটিত হিংসাত্মক ঘটনাত মুখ্য অভিযুক্ত বুলি অভিযোগ উঠা নিজাম কুৰেছিৰ এজন ঘনিষ্ঠ সহযোগীৰ মালিকানাধীন এটা বহুমহলীয়া অট্টালিকাও উত্তৰ প্ৰদেশ প্ৰশাসনে ভাঙি পেলাইছিল।

ৰাজ্য চৰকাৰৰ এনে বেআইনী ধ্বংসাত্মক কাৰ্যকলাপত বাধা প্ৰদান কৰিবলৈ আহ্বান জনাই দাখিল কৰা আবেদনখনত কোৱা হৈছে যে এনে ধৰণৰ আইনবহিৰ্ভূত ব্যৱস্থা গ্ৰহণ কৰাটো স্পষ্টভাৱে ন্যায়ৰ নীতিৰ উলংঘন।

বিশেষকৈ আদালতে বিষয়টোৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়ত প্ৰশাসনৰ এই কাৰ্য কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয় বুলি জমিয়তে আবেদনখনত উল্লেখ কৰিছে।

উল্লেখ্য যে জমিয়ত উলেমা-ই-হিন্দে ইয়াৰ পূৰ্বে দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰোধিতাৰে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ আৰু স্থানীয় প্ৰশাসনলৈ জাননী জাৰি কৰি এই উচ্ছেদ ৰদ কৰিছিল।

জমিয়তে উচ্চতম ন্যায়ালয়ক সেই বিষয়ে সোঁৱৰাই দি উত্তৰ প্ৰদেশ প্ৰশাসনৰ বুলড’জাৰ অভিযানৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

স্মৰ্তব্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত হিংসাত জড়িত অভিযুক্তৰ ঘৰ বুলড’জাৰ ব্যৱহাৰ কৰি উচ্ছেদ কৰা হ’ব বুলি দাম্ভিক মন্তব্য কৰিছিল। ইয়াৰ পিছতে জমিয়তে এই আবেদনৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd