• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুঠি-খলিহনা নহয়, ৰৌ-বৰালীক ধৰক; ৰাষ্ট্ৰীয়কৃত বেংকসমূহক পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

'ক্ষুদ্ৰ ব্যৱসায়ীসকলক নিৰ্যাতন নকৰি বৃহৎ কৰ্পোৰেট হাউছবোৰৰ পৰা ঋণ আদায়ৰ চেষ্টা কৰক'

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 3:20 pm
Supreme-Court-750x375

উচ্চতম ন্যায়ালয়।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংকসমূহে নন পাৰফৰ্মিং এছেটৰ বোজা হ্ৰাস কৰিবলৈ বহু সময়ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত চকু দিয়ে। কিন্তু বিজয় মালিয়া, মেহুল চোক্সিৰ দৰে প্ৰৱঞ্চনাকাৰীসকলে সকাহ পাই যায়।

এইবাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয়কৃত বেংকসমূহক পুঠি-খলিহনা নধৰি ৰৌ-বৰালী ধৰিবলৈ পৰামৰ্শ দিলে।

Apply Now

সৰ্বোচ্চ আদালতখনৰ মত হ’ল যিসকলৰ ঋণৰ পৰিমান মাত্ৰ কেইহাজাৰমান টকা, তেওঁলোকক নিৰ্যাতন নকৰি বৃহৎ কৰ্পোৰেট হাউছবোৰৰ পৰা ঋণ আদায়ৰ চেষ্টা কৰক।

উল্লেখ্য যে ৯০ দিন পৰ্যন্ত যদি ঋণৰ টকা আদায় দিয়া নহয়, তেতিয়াহ’লে সেই ঋণক নন পাৰফৰ্মিং এছেট হিচাপে ধৰি লোৱা হয়।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কানাড়া বেংকক কয়,’’নন পাৰফৰ্মিং এছেট উদ্ধাৰ কৰিবলৈ হ’লে ডাঙৰ মাছ ধৰাৰ পিনে চকু দিয়ক। ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ বৃহৎ অংশ নন পাৰফৰ্মিং এছেট কৰ্পোৰেট ঋণ গ্ৰহণকাৰীসকলৰ তাত জমা হৈ আছে। ক্ষুদ্ৰ পৰিমানৰ ঋণ লোৱাসকলৰ পৰা বেংকে ইমান নন পাৰফৰ্মিং এছেট নাপাব।‘’

উল্লেখ্য যে ১৯৯৪-৯৫ বিত্তীয় বৰ্ষত তিৰুচিলাপল্লীৰ এটা সমাজসেৱামূলক সংগঠনৰ পৰা ৪৮.৮লাখ টকা ওভতাই বিচাৰি কানাড়া বেংকে গোচৰ তৰিছিল। সংগঠনটোৰ জৰিয়তে এই টকা ১,৫৪০জন ব্যক্তিক দিয়া হৈছিল।

কিন্তু ঋণ আদায় কৰিব নোৱাৰি এতিয়া সংগঠনটোৰ পৰা এই টকা ওভতাই বিচাৰি বেংকটোৱে গোচৰ তৰে। পিচে, ঋণ ঘুৰাই নাপালে সংগঠনটোৰ পৰা সেই পৰিমানৰ ধন আদায় কৰাৰ সম্পৰ্কত কোনো লিখিত চুক্তি নাই। সেয়ে, উচ্চতম ন্যায়ালয়ে বেংকৰ আবেদন খাৰিজ কৰে।

সৰ্বোচ্চ আদালতখনে কয় যে এই ঋণ ক্ষুদ্ৰ কৃষক, হাঁহ-মূৰ্গী, গাখীৰ ব্যৱসায়ৰ সৈতে জড়িতসকলক দিয়া হৈছিল। এই সাধাৰণ মানুহৰ মাজত কোনো কোনোৱে এই প্ৰ-পত্ৰত তেওঁলোকৰ ফটোৰ বাবে ১০টকা দিব নোৱাৰে। এই সংগঠনটোৱে তো আপোনালোকক এই ব্যক্তিসকলৰ চিনি উলিওৱাত সহায় কৰিছে। এতিয়া আপোনালোকে কিয় সংগঠনৰ পৰা টকা বিচাৰিছে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd