• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘সেনাবাহিনীৰ বাবে অনুপযুক্ত’: গুৰদ্বাৰত প্ৰৱেশত আপত্তি দৰ্শোৱা খ্ৰীষ্টান বিষয়াক বৰ্খাস্ত কৰাত উচ্চতম ন্যায়ালয়ৰ সন্মতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 3:41 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাবাহিনী দেশৰ বহুত্ববাদী সংস্কৃতিৰ এক শক্তিশালী প্ৰতীক। কিন্তু শেহতীয়াকৈ সেনাবাহিনীৰ ভিতৰত এক ধৰ্মীয় বিষয়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ প্ৰয়োজন হ’ল। ঘটনাটো এজন খ্ৰীষ্টান ধৰ্মৱলম্বী সেনা বিষয়াৰ সৈতে জড়িত, যিয়ে গুৰদ্বাৰাত প্ৰৱেশ কৰিবলৈ আপত্তি দৰ্শাইছিল। এই কাৰ্যৰ বাবে তেওঁক ‘অনুশাসন ভংগ’ৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই বৰ্খাস্তকৰণৰ সিদ্ধান্তক বাহাল ৰাখে। ন্যায়াধীশৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে সেনাবাহিনী এক ধৰ্মনিৰপেক্ষ প্ৰতিষ্ঠান আৰু ইয়াত অনুশাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব।

সেনা বিষয়া চেমুৱেল কামলেছনক সেনাবাহিনীৰ এটা শিখ স্ক্ৱাড্ৰনত নিযুক্তি দিয়া হৈছিল। তেওঁ কৰ্তব্যৰ অংশ হিচাপে গুৰদ্বাৰাত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। বিষয়াজনে অভিযোগ কৰিছিল যে এই পদক্ষেপে তেওঁৰ ধৰ্মীয় স্বাধীনতাত হস্তক্ষেপ কৰিছে। অৱশ্যে উচ্চতম ন্যায়ালয়ে তেওঁৰ এই আচৰণক ‘বৈধ আদেশ অমান্য কৰা’ বুলি অভিহিত কৰে। বিচাৰপীঠে কঠোৰ ভাষাৰে তেওঁক সমালোচনা কৰি কয়, “আপুনি জোৱানসকলৰ আৱেগক আঘাত দিছে। আপুনি সেনাবাহিনীৰ বাবে ‘অযোগ্য’ (Unfit)।”

Apply Now

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়েও চেমুৱেল কামলেছনৰ বৰ্খাস্তকৰণৰ নিৰ্দেশক বৈধতা প্ৰদান কৰিছিল। মঙলবাৰে ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰ খণ্ডপীঠে সেই ৰায়কে সমৰ্থন জনায়। মুখ্য ন্যায়াধীশ সূৰ্য কান্তই দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ত হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লয় আৰু কয়, “তেওঁ (বিষয়াগৰাকীয়ে) যিধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে… তাৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাই উচিত… এয়া এজন সেনা বিষয়াৰ অনুশাসনহীনতাৰ চৰম নিদৰ্শন।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd