• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘৃণাসূচক বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2023 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ঘৃণাসূচক বক্তব্যক অগ্ৰাহ্য আৰু বিৰোধিতা কৰাটো দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে এক মৌলিক প্ৰয়োজন বুলি উল্লেখ কৰিছে।

ঘৃণামূলক বক্তব্যৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰাথনাৰ দুজনীয়া বিচাৰপীঠে এই বিষয়টো পৰ্যবেক্ষণ কৰে। বিচাৰপীঠে মৌখিকভাৱে কয় যে, “সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ বাবে ঘৃণামূলক ভাষণক প্ৰত্যাখ্যান কৰাটো মৌলিক প্ৰয়োজনীয়তা।”

Apply Now

উচ্চতম ন্যায়ালয়ে ছলিচিটৰ সঞ্চালক তুষাৰ মেহতাক এজাহাৰ দাখিলৰ ভিত্তিত গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰশ্ন কৰে। ন্যায়ালয়ে কয়, “ঘৃণামূলক বক্তব্যৰ অভিযোগ কেৱল পঞ্জীয়ন কৰিলেই সমস্যাৰ সমাধান নহয়।”

উত্তৰত অধিবক্তা তুষাৰ মেহতাই আদালতত কয় যে ঘৃণামূলক বক্তব্যৰ সৈতে জড়িত ১৮খন এজাহাৰ দাখিল কৰা হৈছে। অধিবক্তা মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজৰ আপত্তি থকাৰ পিছতো ন্যায়ালয়ে বুধবাৰে বিষয়টো শুনানিৰ দিন ধাৰ্য কৰে।

উল্লেখ্য যে, যোৱা বছৰৰ ২১ অক্টোবৰত উচ্চতম ন্যায়ালয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ৰাজ্য চৰকাৰক সংবিধানে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া বুলি উল্লেখ কৰি ঘৃণামূলক বক্তব্যৰ গোচৰত কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক বিষয়টোৰ সৈতে জড়িত এজাহাৰ দাখিল হোৱালৈ অপেক্ষা নকৰি অপৰাধীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

উচ্চতম ন্যায়ালয়ে লগতে সকীয়াই দিছিল যে “অতি গুৰুতৰ বিষয়”টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত প্ৰশাসনে পলম কৰিলে আদালতৰ অৱজ্ঞাৰ বাবে ন্যায়ালয়লৈ আমন্ত্ৰণ জনোৱা হ’ব।

উল্লেখ্য যে, বিগত বৰ্ষৰ জানুৱাৰী মাহত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ ছাত্ৰ–ছাত্ৰী আৰু অধ্যাপকৰ এটা দলে  দেশত ঘৃণামূলক বক্তব্য আৰু জাতি–ধৰ্মকেন্দ্ৰিক হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছিল।

পত্ৰখনত উল্লেখ কৰা হৈছিল যে এই বিষয়সমূহৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মৌনতাই “ঘৃণাৰে ভৰা কণ্ঠক সাহস দিয়ে আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।”

তাত লিখা আছিল, “সন্মানীয় প্ৰধানমন্ত্ৰী, আপোনাৰ মৌনতাই ঘৃণাৰে ভৰা কণ্ঠক সাহসী কৰি তুলিছে আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আমি আপোনাক অনুৰোধ জনাইছোঁ, মাননীয় প্ৰধানমন্ত্ৰী, আমাক বিভাজন কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়ক।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd