DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শ্বুটিং সম্পূৰ্ণ হোৱাই নাই, ১০০ কোটি টকাত বিক্ৰী হ’ল দক্ষিণৰ চলচ্চিত্ৰৰ হিন্দী স্বত্ব!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 7:23 pm
136
VIEWS
Share on FacebookShare on Twitter

মুক্তিৰ পূৰ্বেই দক্ষিণ ভাৰতীয় নায়ক সুৰিয়াৰ নতুন ছবিখনে এক আলোড়ন সৃষ্টি কৰিছে। তেওঁৰ ছবি ‘সুৰিয়া ৪২’ৰ হিন্দী স্বত্ব ১০০ কোটি টকাত বিক্ৰী কৰা হৈছে। শিবাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ বৰ্তমান মাত্ৰ ৬০ শতাংশহে সম্পূৰ্ণ হৈছে। বাকী অংশৰ দৃশ্যগ্ৰহণ সোনকালেই আৰম্ভ হোৱাৰ কথা।

দৰ্শকেও বিগ বাজেটৰ চলচ্চিত্ৰখনৰ বাবে অপেক্ষা কৰি আছে। চলচ্চিত্ৰখন অহা মাৰ্চৰ ভিতৰত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পিছত ২০২৩ চনতেই মুক্তি দিয়াৰ কথা আছে।

লগতে পঢ়ক: আফগানিস্তানত তালিবান চৰকাৰৰ বাহিনীৰ অভিযানত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী নিহত

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰযোজক জয়ন্তলাল গাদাই ছবিখনৰ হিন্দী স্বত্ব ১০০ কোটি টকাত ক্ৰয় কৰিছে। তদুপৰি, তেওঁৰ প্ৰযোজনা কোম্পানীটোৱে ছবিখনৰ ডিজিটেল, টিভি আৰু থিয়েটাৰত বিতৰকৰ স্বত্বও ক্ৰয় কৰিছে। অৱশ্যে, এই সকলোবোৰ ছবিখনৰ হিন্দী সংস্কৰণৰ স্বত্বহে।

বলীউডৰ অভিনেত্ৰী দিশা পাটানীয়ে ছবিখনত সুৰিয়াৰ বিপৰীতে অভিনয় কৰিছে।

লগতে পঢ়ক: তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!

আনহাতে, ‘সুৰাৰাই পট্ৰু’ৰ হিন্দী ৰিমেক এই বছৰ মুক্তি পোৱাৰ কথা। এই ছবিখনত অভিনয়ৰ বাবে সুৰিয়াই যোৱা বছৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।  হিন্দী ৰিমেকত তেওঁৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। অৱশ্যে সুৰিয়াই ছবিখনত অতিথি চৰিত্ৰত অভিনয় কৰিব।

Recent News

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd