• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2025 7:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমত অলপ সৰুসুৰা খুটিনাটি লাগি থাকে। আকৌ সেই  মনৰ মানুহজনৰ লগত মতানৈক্য হ’লে আপোনাৰ হৃদয়খনো বিচলিত হৈ পৰে। আকৌ যদি সেই সংগীজনক কাষত পায় তেন্তে মাত্ৰ এক মিনিটতে মন ভৰি পৰে।

কেৱল সেয়াই নহয়, প্ৰেম এনে এক সম্পৰ্ক যিয়ে উদ্বেগ আৰু উচ্চ ৰক্তচাপো হ্ৰাস কৰিব পাৰে। অন্ততঃ একাধিক অধ্যয়নত একেধৰণৰ তথ্য পোহৰলৈ আহিছে।

Apply Now

২০১৯ চনত Psychophysiological Journal ত প্ৰকাশিত এক অধ্যয়নৰ পৰা কি জানিব পৰা গৈছে যে কঠিন পৰিস্থিতিত আপোনজনৰ কথা ভাবিলে ৰক্তচাপ তুলনামূলকভাৱে স্বাভাৱিক হৈ পৰে।

আচলতে প্ৰেমৰ শক্তি এনেকুৱা যে ই হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। অৰ্থাৎ মনৰ শক্তি ইমানেই বাঢ়ি যায়।

আনহাতে, পুনৰ প্ৰেমত পৰিলে হৃদস্পন্দন বাঢ়ি যায়। বহু সময়ত যেতিয়া ক্ৰাছক আকৌ দেখা পাব বা যেতিয়া আপুনি আপোনাৰ প্ৰেমিকক অতি ধুনীয়া লাগিলে তেতিয়া আপোনাৰ বুকুখন ছটফটাব ধৰে। বহুতৰে হাতৰ তলুৱা ঘামিবলৈ ধৰে।

জনা যায় যে এনে পৰিস্থিতিত কেৱল মনটোৱেই নহয়, মানুহৰ হৃদয়তো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। কিন্তু আচলতে সেই প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ বাবে ভাল।

আচলতে প্ৰেমত পৰিলে শৰীৰত অক্সিট’চিন হৰম’ন নিৰ্গত হয়। যিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা প্ৰতিৰোধ কৰে।

এই প্ৰসংগত আমেৰিকান হাৰ্ট এছ’চিয়েচনত প্ৰকাশিত গৱেষণাই কৈছে যে  দীৰ্ঘদিন ধৰি সুস্থ আৰু ৰোমান্টিক সম্পৰ্কত থকাসকলৰ হৃদৰোগৰ সম্ভাৱনা বহু কম। ইয়াৰ উপৰিও ৰোমান্টিক দম্পতীয়ে ইতিমধ্যে সুস্থ জীৱনশৈলীত বিশ্বাস কৰে। কাৰণ ই সম্পৰ্কটো অধিক শক্তিশালী কৰি তোলে আৰু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

কিন্তু বিষাক্ত সম্পৰ্ক স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। যিটো সম্পৰ্কত ভেটিটো যথেষ্ট শক্তিশালী, তাত হৃদয়খনো যথেষ্ট ভাল। এটা ভাল সম্পৰ্কই আচলতে আপোনাৰ জীৱন আৰু স্বাস্থ্যক সুন্দৰ কৰি তোলাত সহায় কৰে।

ইজনে সিজনৰ লগত অধিক সম্পৰ্ক ৰখা দম্পতীয়ে  অনাহক চিন্তা বা অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকে। একেলগে হাঁহি মাতি আনন্দেৰে জীৱনটো উপভোগ কৰিলে মানসিক চাপ কমি যায়।

সেইদৰে শাৰীৰিক সম্পৰ্কইও দুয়োৰে সম্পৰ্ক মজবুত কৰে। ফলত এফালে সম্পৰ্কটো সুন্দৰ হৈ পৰে, আনফালে হৃদৰোগৰ সম্ভাৱনাও বহু পৰিমাণে হ্ৰাস পায়।

বিশেষ দ্ৰষ্টব্য: জীৱনত কোনো ধৰণৰ সিদ্ধান্ত খৰখেদাকৈ ল’ব নালাগে। প্ৰথমে বিপৰীত দিশৰ মানুহজনক ভালদৰে চিনি লওক আৰু জানক। তাৰ পিছত সম্পৰ্কত জড়িত হওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd