• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা : সুশান্তৰ চৰ্চিত প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে গোচৰ ৰুজু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 21, 2020 7:33 pm

2 min read

rheachakrabortysushant41592562692
3k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই সমগ্ৰ বলিউদৰ লগতে দেশত এতিয়াও জোঁকাৰণি তুলি আছে।

সুশান্তৰ আত্মহত্যাৰ বাবে কুন্দন কুমাৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ প্ৰেমিকা(!) ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বিহাৰৰ মজফ্ফৰপুৰ জিলা আদালত গোচৰ দাখিল কৰিছে।

সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচনা আৰু প্ৰতাৰণা কৰাৰ অভিযোগ তুলি ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে আদালত গোচৰ দিয়া কুন্দনৰ অভিযোগ যে ৰীয়াই সুশান্তক মানসিক আৰু আৰ্থিকভাৱে নিৰ্যাতন কৰিছিল।

শনিবাৰে জিলা আদালতৰ মুখ্য দণ্ডাধীশ মুকেশ কুমাৰৰ ওচৰত গোচৰ দাখিল কৰি কুন্দন কুমাৰে কয়, “ৰীয়া  চক্ৰৱৰ্তীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬(আত্মহ্যতাৰ প্ৰৰোচনা) আৰু ৪২০(প্ৰতাৰণা) ধাৰাত আদালতত গোচৰ দাখিল কৰা হৈছে। চলিত মাহৰ ২৪ তাৰিখে এই গোচৰৰ প্ৰথম শুনানি হ’ব।”

উল্লেখ্য যে, ১৪ জুনত বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিছিল।

সুশান্ত সিং ৰাজপুতে আত্মহত্যাৰ কৰাৰ পিছতে ১৭ জুনত বলিউদৰ চাৰি তাৰকা ক্ৰমে চলমান খান, কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী আৰু একতা কাপুৰ বিৰুদ্ধেও আইজীৱী সুধীৰ কুমাৰ ওঝাএ এক গোচৰ দাখিল কৰিছিল।

সুশান্তৰ আত্মহ্যতাৰ পিছতে বলিউদত অব্যাহত থকা স্বজনপোষণ আৰু লবীকেন্দ্ৰিকতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত ৰীয়া চক্ৰৱৰ্তীক কালি ৯ ঘণ্টাজুৰি জেৰা চলাইছিল।

এই জেৰাত ৰীয়াই বহু বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ আগত সুশান্তৰ লগত ৰীয়াৰ সম্পৰ্ক আছিল আৰু চলিত বছৰৰ শেষৰ ফালে দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰো কথা আছিল বুলি স্বীকাৰ কৰিছে ৰীয়াই।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd