• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙালে সুশান্ত বৰগোহাঁইৰ এক মন্তব্যই, কি ক’লে তেওঁ?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 31, 2021 5:46 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন-বিজেপি সুশান্ত বৰগোহাঁই, যিয়ে পুৰণি বিজেপি কুশল দুৱৰীৰ পাখি কাটি নিজে বিজেপিৰ পৰা টিকট লৈ বিধায়ক প্ৰাৰ্থী হিচাপে উপ নিৰ্বাচনত অৱতীৰ্ণ হ’ল।

ৰাজনীতি কি এইজনৰ পৰা শিকক তথা কেনেকৈ এটা দলৰ নীতি-আদৰ্শ জলাঞ্জলি দি আন এটা দললৈ জঁপিয়াই দুদিনতে কেনেকৈ টিকট ল’ব পৰা যায় সেয়া এইজনৰ পৰা শিকক।

Apply Now

কিন্তু এইজন ন-বিজেপি সুশান্ত বৰগোহাঁইয়ে উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা কৰা এক মন্তব্যই অন্য বিধায়কৰ বাবে যেন চিন্তাৰ কাৰণ হৈ পৰিছে।

সঁচা অৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক স্বৰূপ উদঙালে সুশান্তই।

“কোনো কাম সিজিবলৈ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হ’বই লাগিব”
এই কথাই যেন সম্পূৰ্ণ স্পষ্ট হৈ পৰিল ন-বিজেপি সুশান্তৰ মুখৰ পৰা।

বৰগোহাঁইৰ মতে —মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক হ’লেই অসাধাৰণ উন্নয়ন কৰিব সুশান্তই।
অন্য বিধায়কে নাপাব এই সুযোগ।

পুনৰ এবাৰ প্ৰমাণিত হ’ল বিজেপিৰ ভিতৰচ’ৰাৰ বিসম্বাদ।

নিজৰ সমষ্টি জাকত-জিলিকা কৰিবলৈ হিমন্ত ফৈদৰ হ’বই লাগিব বিধায়কজন।

সুশান্ত বৰগোহাঁইৰ এই মন্তব্যই যেন বিজেপিৰ সবকা সাথ সবকা বিকাশ নীতিত কুঠাৰঘাত কৰিলে।

মুঠৰ ওপৰত এটা কথাই প্ৰমাণিত হ’ল যিসকল বিজেপি বিধায়ক মুখ্যমন্ত্ৰী ড০ শৰ্মা ফৈদৰ নহয় বা যিসকল বিৰোধী বিধায়ক সেইসকলক এলাগী কৰি উন্নয়নৰ পুঁজি আৰু আঁচনিৰ ধন কমকৈ দিয়া হ’ব।

এই ভাষ্যই যেন প্ৰকাশ পাইছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ মুখেৰে।আকৌ এবাৰ প্ৰমাণিত হ’ল সম উন্নয়ন সম বিকাশ নীতি হেৰাই গ’ল ৰাজনীতিৰ পৰা।

মুখ্যমন্ত্ৰী মহোদয় আপোনাকে সুধিছো,সুশান্ত বৰগোহাঁইয়ে কোৱা কথাষাৰ সঁচা নেকি?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd