• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পলাই থাকিও ৰক্ষা নহ’ল, অৱশেষত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2021 9:39 am
Sushil Kumar

তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবাদিন ধৰি বিভিন্ন ৰাজ্যত পলাই আত্মগোপন কৰি আছিল। অৱশেষত শনিবাৰে সন্ধিয়া পঞ্জাৱৰ জলন্ধৰৰ ওচৰত গ্ৰেপ্তাৰ কৰা হয় অলিম্পিকত দুটাকৈ পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰক।

সুশীল কুমাৰ ২৩ বছৰীয়া মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডত অভিযুক্ত। সুশীল কুমাৰৰ লগতে এই গোচৰৰ আন এগৰাকী অভিযুক্ত অজয় কুমাৰকো গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

দিল্লী আৰক্ষীয়ে দাবী কৰা মতে পঞ্জাৱৰ ভাটিন্দাত আত্মগোপন কৰি আছিল তাৰকা মল্লযুঁজাৰু গৰাকী। আৰক্ষীয়ে তেওঁক বিচাৰি পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত নিশ্চিদ্ৰ তালাচী চলাইছিল।

আৰক্ষীয়ে আনকি তেওঁৰ সন্ধান দিব পাৰিলে ১লাখ টকাৰ পুৰষ্কাৰো ঘোষণা কৰিছিল।

মল্লযুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছিল।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছিল যে ২৩ বছৰীয়া সাগৰ ৰাণা নামৰ এগৰাকী মল্ল যুঁজাৰুৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত সুশীল কুমাৰৰ সৈতে অন্য পাঁচগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিহত ২৩ বছৰীয়া মল্ল যুঁজাৰুগৰাকীৰ আন দুগৰাকী সতীৰ্থও দলৱদ্ধ আক্ৰমণত আহত হৈছিল।

যোৱা ৪মে’ৰ নিশা দিল্লী দক্ষিণাঞ্চলৰ ছাত্ৰশাল ষ্টেডিয়ামৰ ভিতৰত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল।

মডেল টাউন আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা এখন স্ক’ৰপিঅ’সহ পাঁচখন বাহন ৰখাই থোৱা অৱস্থাত জব্দ কৰিছিল। স্ক’ৰপিঅ’খনৰ পৰা আৰক্ষীয়ে ডাবল বেৰেলৰ এটা বন্দুক, পাঁচ জাঁই সজীৱ গুলীসহ দুডাল কাঠৰ লাঠী উদ্ধাৰ কৰিছিল।

আহতকেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি বিজেআৰএমএইছ হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল।

আৰক্ষীয়ে ২৪ বছৰীয়া প্ৰিন্স দালাল নামৰ এজন যুৱকক ঘটনাৰ সন্দৰ্ভত হাৰিয়ানাৰ ঝাজাৰৰ পৰা আটক কৰিছিল। তেওঁৰ পৰাও এটা ডাবল বেৰেল বন্দুক আৰু সাত জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

বিভিন্ন প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাণ্ডটোত জড়িত থকাৰ সন্দেহত দুটাকৈ অলিম্পিক পদক বিজয়ী মল্ল যুঁজাৰু সুশীল কুমাৰসহ অন্য পাঁচগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৩, ৩৬৫, ১২০বি ৰ ধাৰাত গোচৰ ৰুজু কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd