• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাস্পতালৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা এজন ৰোগীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2020 9:57 am

1 min read

Story-3

প্ৰতিনিধিত্বমূলক ছবি

13k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত এজন ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে চিকিৎসালয়ৰ ওপৰৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে।

এই কথা প্ৰকাশ কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।

৩৫ বছৰীয়া এজন ব্যক্তিক অষ্ট্ৰেলিয়াৰ ছিডনীৰ পৰা উভতি অহাৰ পিছত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত দিল্লীৰ চফ্ডাৰাজং হাস্পতালত ভৰ্তি কৱোৰা হৈছিল।

ব্যক্তিজনে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহত বুধবাৰে নিশা চিকিৎসালয়খনৰ সাত মহলাৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰে বুলি দিল্লী আৰক্ষীয়েও প্ৰকাশ কৰিছে।

ব্যক্তিজনে ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ কৰিলেও সেয়া নিশ্চিত হোৱা নাছিল। তেওঁৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল যদিও নমুনা পৰীক্ষা ফলাফল অহা নাছিল, চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ ভাষ্য।

দক্ষিণ-পূৱ দিল্লীৰ আৰক্ষীৰ উপ আয়ুক্ত ডীফেন্দৰ আৰ্যই কয় যে শ্বহীদ ভগত সিং নগৰৰ ব্যক্তিজন যোৱা বছৰলৈকে অষ্ট্ৰেলিয়াৰ নিৱাসী আছিল।

ব্যক্তিজনে ইয়াৰ ইণ্ডিয়াৰ বিমান যোগে দিল্লীৰ ইন্দিয়া গান্ধীৰ বিমান বন্দৰত পোৱাৰ পিছত মূৰৰ বিষত ভুগিছিল আৰু তেওঁক উক্ত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd