DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ ধাৰাবাহিক অভিযান: আই নৈৰ চৰৰ পৰা ৫১ বস্তা ‘বাৰ্মিজ চুপাৰি’ জব্দ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
May 30, 2021 9:15 pm
nnmnm
289
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও আৰক্ষীয়ে অবৈধ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
এই অভিযানৰ অংশ হিচাপে দেওবাৰে পুনৰ বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ আই নৈৰ চৰত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায় ৷

বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত দিনৰ প্ৰায় ১২ বজাত আৰক্ষীৰ দলে আমিৰ হুছেইন বানিয়াৰ গৃহত চলোৱা অভিযানত বাৰ্মিজ চুপাৰি সন্দেহত ৫১ বস্তা চুপাৰি জব্দ কৰে ৷

আৰক্ষীয়ে গৃহটোত অভিযান চলোৱাৰ সময়ত আমিৰ হুছেইন বানিয়া গৃহত নাছিল ৷
আৰক্ষীয়ে জব্দকৃত চুপাৰিসমূহ পিছত থানালৈ লৈ আহে ৷ ইপিনে স্থানীয় ব্যক্তি তথা ব্যৱসায়ী সকলে জব্দকৃত চুপাৰি খিনি থলুৱা চুপাৰি বুলি দাবী কৰিছে ৷

অৱশ্যে আৰক্ষীয়ে জব্দকৃত চুপাৰিখিনি বাৰ্মিজ চুপাৰি নে স্থানীয় চুপাৰি সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব ।

বৰ্তমান জিলাই জিলাই আৰক্ষীয়ে অবৈধ চুপাৰি ,ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অব্যাহত ৰখা ধাৰাবাহিক অভিযানত অবৈধ ব্যৱসায়ীসকলে থৰকাচুটি হেৰুৱাইছে ৷

সেয়ে সচেতন মহলে আৰক্ষীক এনে অভিযান অব্যাহত ৰাখি অবৈধ বেহাৰ লগত জড়িতসকলক কৰায়ত্ব কৰি চলি থকা অবৈধ বেহাসমূহ উৎখাত কৰিবলৈ দাবী জনাইছে ৷

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd