• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত সংৰ্ঘষ! আই ই ডি বিস্ফোৰকসহ গ্ৰেপ্তাৰ সন্দেহজনক ISIS সন্ত্ৰাসবাদী

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , August 22, 2020 11:28 am

1 min read

WhatsApp Image 2020-08-22 at 10.56.19 AM

ফটো: এএন আই/টুইটাৰৰ সৌজন্যত

182
VIEWS
Share on FacebookShare on Twitter

নিৰাপত্তা বাহিনীৰ তৎপৰতাৰ বাবে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰামণৰ পৰা ৰক্ষা পৰিল দিল্লী। দুই পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীয়াগুলিৰ পাছত আই ই ডি বিস্ফোৰকসহ এজন সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনৰ নাম য়ুছুফ খান বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে শুকুৰবাৰে কৰ’লবাগ আৰু ধোলাকুৱা অঞ্চলৰ মাজত এটুকুৰা ঠাইত এজন সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ কথা জানিব পাৰে।

ইয়াৰ পাছতেই দিল্লী আৰক্ষীৰ বিশেষ শাখাই অঞ্চলটোত তালাচী অভিযান চলায়।

তেওঁলোকে অঞ্চলটোৰ বুদ্ধ জয়ন্তী পাৰ্কৰ সমীপত তালাচী চলোৱাৰ সময়তে সেই ISIS সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয়।

বহুসময় ধৰি গুলীয়াগুলি চলাৰ পাছত য়ুছুফ নামৰ ISIS সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰা হয়।

সন্ত্ৰাসবাদীজনৰ জিম্মাৰ পৰা আই ই ডি বিস্ফোৰকৰ লগতে এটা পিষ্টল জব্দ কৰা হৈছে। এই ঘটনাৰ পাছতে এনএছজি কমাণ্ডোই অঞ্চলটোত তালাচী চলাইছে।

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সহকাৰী আয়ুক্ত প্ৰমোদ সিং কুশোৱাই কৰ’লবাগ আৰু ধোলাকুৱা অঞ্চলৰ মাজৰ এক স্থানত চলা এক সংঘৰ্ষৰ পাছত তাৰ পৰা আই ই ডি বিস্ফোৰকসহ এজন ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd