DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজোৰ চৰকাৰী গ্ৰেজিঙ ৰিজাৰ্ভত কোন এইসকল সন্দেহজনক লোক?

হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমিত চলিছে বেদখল

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
March 14, 2021 3:01 pm
bharat-bandh--750x375
237
VIEWS
Share on FacebookShare on Twitter

হাজোৰ চৰকাৰী গ্ৰেজিঙ ৰিজাৰ্ভত শেহতীয়াকৈ ন ন গাঁও সাজিছে একাংশ সন্দেহজনক লোকে।

এদেও দুদেও কৰি লোটা নিয়াৰ চেও দি  বিস্তাৰিত হৈছে সন্দেহজনক লোকৰ গাঁও।

হাজোৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি দোকানীয়া গ্ৰেজিঙ ৰিজাৰ্ভৰ ২২ হাজাৰ বিঘা চৰকাৰী ভূমি দখল কৰিছে একাংশ সন্দেহ জনক লোকে।

দৈনিক তালি টোপোলা বান্ধি ক’ৰ পৰা আহিছে এই সকল সন্দেহজনক নাগৰিক?

সন্দেহজনক নাগৰিকৰ উপদ্ৰৱৰ বাবে স্থানীয় গো মহ পালকৰ হাহাকাৰ অৱস্থা! বছৰ বছৰ ধৰি এই ৰিজাৰ্ভত গো মহ পালন কৰি থকা এই সকল থলুৱা গো পালকৰ গৰু মহ চুৰি কৰি উপদ্ৰৱ সন্দেহজনক নাগৰিকৰ।

আমাৰ হাতত পৰা তথ্য অনুসৰি এই সকল সন্দেহ জনক লোকক সংস্থাপনৰ আঁৰত আছে এটা শক্তিশালী চক্ৰ!

অভিযোগ অনুসৰি ধনৰ বিনিময়ত এই সকল সন্দেহজনক লোকক চৰকাৰী ভূমি দখলৰ অনুমতি  দিছে একাংশ স্থানীয় দালালে।

কিন্তু বছৰ বছৰ ধৰি চৰকাৰী ভূমিত বে-দখল কৰি উপদ্ৰৱ চলোৱা এই সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ কেতিয়া?

কেৱল হাজোতেই  নহয়, অসমৰ একাধিক  অঞ্চলত চৰকাৰী ভূমি বে দখল কৰি এই সন্দেহ জনক লোকসকলে  ভয়াৱহ আগ্ৰাসন চলাইছে অসমৰ ভূমিত।

অসমৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই সকল লোকক কোনে দিছে ৰক্ষণাবেক্ষণ সেয়া এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

Recent News

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd