• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহনক্ষম উন্নয়নক লৈ দায়বদ্ধ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ঃ নবীকৰণযোগ্য শক্তিৰ ওপৰত জাৰ্মান বিশেষজ্ঞ ড০ বেকাৰ ফাৰাংগীছৰ বক্তৃতা অনুষ্ঠান সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 6:26 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট পদাৰ্থবিজ্ঞানী তথা নবীকৰণযোগ্য শক্তিৰ আন্তৰ্জাতিক বিশেষজ্ঞ ড০ বেকাৰ ফাৰাংগীছে আজি অৰ্থাৎ ২০ মাৰ্চ, ২০২৫ তাৰিখে গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত “নবীকৰণযোগ্য শক্তি” বিষয়ৰ ওপৰত এক বক্তৃতা প্ৰদান কৰে। ড০ ফাৰাংগীছে বৰ্তমানৰ নবীকৰণযোগ্য শক্তি, প্ৰযুক্তি আৰু ভৱিষ্যতৰ দিশসমূহৰ ওপৰত বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰাৰ লগতে বিশ্ব পৰিৱেশৰ প্ৰতি আহি পৰা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বহনক্ষম শক্তি আৰু ইয়াৰ সমাধানৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

ড০ ফাৰাংগীছ বৰ্তমান গীচেনৰ মিটেলেচেন ইউনিভাৰ্চিটি অৱ এপ্লাইড চাইন্সেছৰ গৱেষণা সঞ্চালক। ইৰাকত জন্মগ্ৰহণ কৰা ড০ ফাৰাংগীছে ১৯৮৮ চনত জাৰ্মানীলৈ যায়।তেওঁ  বিশেষকৈ বিকেন্দ্ৰীকৃত যোগান ব্যৱস্থাত বহনক্ষম শক্তি প্ৰযুক্তিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত তেখেতৰ আন এক  উল্লেখযোগ্য অৱদান হৈছে ইৰাকৰ কুৰ্দিস্তানৰ আৰবিল পলিটেকনিক বিশ্ববিদ্যালয়ৰ সৈতে ডি এ ডিৰ পুঁজিৰে চলি থকা এটা প্ৰকল্পত যোগোৱা অৰিহণা।  ইয়াৰ  লক্ষ্য আছিল অধ্যয়ন কাৰ্যসূচী বিকশিত কৰা আৰু অঞ্চলটোত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে আধুনিক পাঠদান পদ্ধতি ৰূপায়ণ কৰা। এই প্ৰকল্পই নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সামৰ্থ বিকাশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক সূচায়।

Apply Now

গিৰিজানন্দ চৌধুৰী বিশ্ব বিদ্যালয়ত অনুষ্ঠিত হোৱা এই বক্তৃতা অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য অধ্যাপক ড০ জয়ন্ত ডেকা,  সন্মানীয় উপাচাৰ্য অধ্যাপক ড০ কন্দৰ্প দাস,  স্কুল অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিৰ অধ্যক্ষ অধ্যাপক ৰবাৰ্ট ৰবি, বিশ্ববিদ্যালয়ৰ ডীন অৱ একাডেমী অধ্যাপক ড০ অমৰ শইকীয়াৰ লগতে স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি আৰু স্কুল অৱ নেচাৰেল ছায়েন্স , বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা , ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।  নবীকৰণযোগ্য শক্তিৰ শেহতীয়া ধাৰা আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত কৰা এই গুৰুত্বপূৰ্ণ আলোচনা আৰু প্ৰশ্নোত্তৰ শিতানৰ  দ্বাৰা উপস্থিত সকলো উপকৃত হয়।

এই অনুষ্ঠানে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বহনক্ষমতা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd