• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“….ধৰ্ষণ আৰু হত্যাৰ ভাবুকি লাভ কৰিছোঁ” এইবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে অভিযোগ স্বাতী মালিৱালৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 26, 2024 5:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ স্বাতী মালিৱালৰ নিৰ্যাতনৰ অভিযোগত নাম সাঙুৰ খাইছে ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ।

উল্লেখ্য যে কিছুদিন পূৰ্বে আম আদমী পাৰ্টিৰ মূৰব্বী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগতে সচিবে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল স্বাতী মালাৱালে।

Apply Now

আম আদমী পাৰ্টিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতে বিভিন্ন মহলৰ সমালোচনা আৰু আক্ৰমণৰ বলি হৈছে স্বাতী মালিৱাল।

ইয়াৰ সমান্তৰালকৈ স্বাতীয়ে এই হাৰাশাস্তিৰ বাবে ইউটিউবাৰ ধ্ৰুৱ ৰাথীক দোষাৰোপ কৰিছে। ধ্ৰুৱ ৰাথীৰ পক্ষপাতদুষ্ট ভিডিঅ’ৰ পিছতহে তেওঁ ভাবুকি লাভ কৰা বুলি অভিযোগ কৰে।

দেওবাৰে এক্সযোগে স্বাতীয়ে কয় যে আপৰ নেতা-কৰ্মীয়ে মোৰ চৰিত্ৰৰ বিৰুদ্ধে অপ্ৰচাৰ চলাইছে। এই পৰিস্থিতিত মই ধৰ্ষণ আৰু হত্যাৰ ভাবুকি পাইছো। ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ পক্ষপাতিত্বমূলক ভিডিঅ’ৰ পিছত এই হাৰাশাস্তি বৃদ্ধি পাইছে।

ইয়াৰ লগতে আপৰ শীৰ্ষ নেতৃত্বই স্বাতীৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও দাবী কৰে স্বাতীয়ে।

স্বাতীয়ে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ‘গুপ্ত নায়ক’ হৈ পৰিছে ধ্ৰুৱ ৰাথী। মুক্ত সাংবাদিক বুলি দাবী কৰা কোনোবাই আপৰ মুখপাত্ৰৰ দৰে মোৰ ওপৰত অভিযোগ উত্থাপন কৰাটো লজ্জাজনক। ধ্ৰুৱ ৰাথীয়ে মোৰ বিৰুদ্ধে ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবেই মোলৈ চৰম হাৰাশাস্তি আৰু ভাবুকিমূলক ফোন আহি আছে।”

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে যোৱা ১৩ মে’ত অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিবলৈ গৈছিল স্বাতীয়ে। অভিযোগ অনুসৰি তাত তেওঁক আক্ৰমণ কৰিছিল কেজৰিৱালৰ ব্যক্তিগত সচিব বৈভৱ কুমাৰে! ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৈভৱ কুমাৰক। অৰবিন্দ কেজৰিৱাল, আনকি কেজৰিৱালৰ পিতৃ-মাতৃকো এই ঘটনাত জেৰা কৰা হৈছে।

ইফালে আপে দাবী কৰিছে যে ঘৰ শত্ৰু স্বাতীয়ে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। সেয়ে আপৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd