• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাতী মালিৱালক নিৰ্যাতন ! অৱশেষত গ্ৰেপ্তাৰ হ’ল কেজৰিৱালৰ ব্যক্তিগত সচিব

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 18, 2024 2:40 pm
248
VIEWS
Share on FacebookShare on Twitter

আপৰ সাংসদ স্বাতী মালিৱালক নিৰ্যাতন আৰু প্ৰহাৰৰ গোচৰত কেজৰিৱালৰ ব্যক্তিগত সচিত বিভাব কুমাৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা বিবাহক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্রীৰ বাসগৃহৰ পিছফালেৰে বিভাবক উলিয়াই নিয়া বুলি জানিব পৰা গৈছে।

স্বাতী মালিৱালে এই সম্পৰ্কত দুদিন পূৰ্বে দিল্লী আৰক্ষীৰ ওচৰত এফআইআৰ দাখিল কৰিছিল।

দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা আম আদমী পাৰ্টিৰ সাংসদগৰাকীয়ে ১৩ মে’ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বিভাব কুমাৰে তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ অনুসৰি বিভাবে, ৭-৮ টা চৰ সোধোৱাৰ লগতে মালিৱালৰ বুকু আৰু পেটত গোৰ মাৰিছিল। স্বাতীয়ে বাৰে বাৰে কাতৰ অনুৰোধৰ পিছতো বিভাবে প্ৰহাৰ কৰিবলৈ এৰা নাছিল।

ইতিমধ্যে আৰক্ষীয়ে কেজৰিৱালৰ ঘৰৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে। চিচি টিভিত বন্দী হৈছে স্বাতীক প্ৰহাৰ কৰাৰ দৃশ্য ।

আনহাতে বিভাব কুমাৰেও স্বাতী মালিৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিভাবৰ অভিযোগ আনুসৰি স্বাতী মালিৱালে অনুমতি অবিহনে কেজৰিৱালৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল।

Recent News

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd