DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধুত্বৰ বিৰল চানেকিৰে মাজুলীত ছুইজাৰলেণ্ডৰ বাৰ্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দল

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
February 12, 2019 6:05 pm
Majuli
2.1k
VIEWS
Share on FacebookShare on Twitter

বন্ধুত্বৰ বিৰল চানেকিৰে বন্ধুৰ স্মৃতিক যুগমীয়া কৰিবলৈ সুদূৰ ছুইজাৰলেণ্ডৰ পৰা অহা এদল যুৱক-যুৱতীয়ে মাজুলীত নিৰ্মাণ কৰা এটা চালে চকুৰোৱা বাঁহৰ ঘৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

অসমীয়া সাজপাৰ পিন্ধি আপোন বিভোৰ হৈ পৰা ছুইজাৰলেণ্ডৰ বাৰ্ন বিশ্ববিদ্যালয়ৰ এই ছাত্ৰ-ছাত্ৰীসকল হৈছে মাজুলীৰ গড়মূৰৰ উদ্যোগী, শিল্পী কৌশিক নাথৰ পুত্ৰ ৰাউলৰ বন্ধু। গড়মূৰৰ পৰা দুই কিঃ মিঃ পশ্চিমলৈ লুইতৰ পাৰত থকা কৌশিক নাথৰ ডেকাচাঙৰ গাতে নিৰ্মাণ কৰা বাঁহৰ ঘৰটো অকালতে মৃত্যুক সাবটি লোৱা নাথৰ পুত্ৰ ৰাউলৰ স্মৃতিত স্মৃতিঘৰ হিচাপে নামকৰণ কৰিছে।

বাৰ্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলে নিৰ্মাণ কৰা বাঁহৰ ঘৰটো

উল্লেখযোগ্য যে মাত্ৰ ৬টা দিনতে লাচিতে গড় বন্ধোৱাৰ দৰে বাৰ্ন বিশ্ববিদ্যালয়ৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তিনিজন অধ্যাপকৰ নেৰানেপেৰা প্ৰচেষ্টাত দুটা ভাগত বিভক্ত কৰা বাঁহৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিছে। তেওঁলোকে ঘৰটোৰ এটা ভাগক যাদুঘৰ আৰু আনটো ভাগক কীৰ্ত্তন ঘৰ হিচাপে সজাই তুলিছে।

এই উপলক্ষে যোৱা ১১ ফেব্ৰুৱাৰিত অনুষ্ঠিত উদ্বোধনি অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই ফিটা কাটি গৃহটি উদ্বোধন কৰে। ইয়াৰ পিছতে চুইজাৰলেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে কম দিনতে আয়ত্ত কৰা অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ আৰু মাজুলীৰ বিখ্যাত মুখা ভাওনা প্ৰদৰ্শন কৰে।

প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, বৈষ্ণৱ কলা সংস্কৃতি, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তু, চৰাই চিৰিকতিৰ অন্যতম থলি মাজুলীত নিৰ্মাণ কৰি তোলা এই যাদুঘৰে বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব পাৰে।

 

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd