• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত এগৰাকী কনিষ্ঠ অভিযন্তাৰ চৰমপন্থা গ্ৰহণঃ এই ঘটনাত গ্ৰেপ্তাৰ পি ডব্লিউ ডিৰ দুজনকৈ জ্যেষ্ঠ বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 11:38 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বঙাইগাঁও জিলাত সোমবাৰে বৰপাৰাৰ ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হোৱা লোক নিৰ্মান বিভাগৰ কনিষ্ঠ অভিযন্তা যোশিতা দাসক। এতিয়া কনিষ্ঠ অভিযন্তা গৰাকীৰ আত্মহত্যাৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। ইতিমধ্যে বিষয়াসকলে নিশ্চিত কৰিছে যে তেওঁ আত্মহত্যা কৰিছিল আৰু তেওঁৰ বাসগৃহত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে।

জানিব পৰা মতে যোশিতাই এখন ছুইচাইড নোট লাভ কৰিছে। তেওঁ পত্ৰখনত পিডব্লিউডিৰ দুজন জ্যেষ্ঠ বিষয়া – প্ৰাক্তন কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু প্ৰাক্তন এছডিঅ’ আমিনুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে। নোটখনত অভিযোগ কৰা হৈছে যে উল্লেখযোগ্য পদ্ধতিগত সমস্যাৰ সত্ত্বেও “গোসাইগাঁও এল এ চিৰ অধীনত বৰসোজগাঁৱৰ মিন ষ্টেডিয়াম” প্ৰকল্পটোৰ এজন ঠিকাদাৰৰ বিল ক্লিয়াৰ কৰিবলৈ বিষয়াসকলে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল।

Apply Now

যোশিতাই দাবী কৰে যে মেছাৰ্ছ এচেটিক ক্ৰিয়েচনছৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকে সম্পন্ন কৰা এই প্ৰকল্পত উপযুক্ত স্থাপত্যৰ অংকন আৰু নথি-পত্ৰ নাছিল। অভিযোগ অনুসৰি কোনো ছাইট ইঞ্জিনিয়াৰ বা পৰ্যাপ্ত সহায় নোলোৱাকৈয়ে  এককভাৱে প্ৰকল্পটো পৰিচালনা কৰিবলৈ বাধ্য হৈছিল। তদুপৰি স্থপতিবিদ দেৱজিৎ শৰ্মাই কেইবাটাও আসোৱাহ থকাৰ প্ৰতিবেদন দাখিল কৰিছিল যদিও আওকাণ কৰা হৈছিল বুলি কৰাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ মেধি আৰু ইছলামক ক্ৰমে নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডল আৰু মুখ্য অভিযন্তাৰ কাৰ্যালয়লৈ বদলি কৰাৰ পিছতো যোশিতাক হেঁচা প্ৰয়োগ কৰা অব্যাহত ৰাখিছিল।

ঘটনাৰ পিছতে ভুক্তভোগীৰ মাতৃয়ে বঙাইগাঁও আৰক্ষী থানাত এফআইআৰ দাখিল কৰি বিতৰ্কিত প্ৰকল্পটোক লৈ বিষয়া দুগৰাকীয়ে কন্যাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। সাংবাদিকৰ আগত তেওঁৰ মাতৃয়ে কয় যে তেওঁৰ কৰ্মৰ ওপৰত চৰম হেঁচা লাভ কৰাৰ লগতে আৰু মানসিক সমস্যাতো ভুগিছিল।

ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, আৰু এই ছুইচাইড নোটখনৰ আধাৰত তদন্তৰ আৰম্ভ কৰিছে। এই ঘটনাই জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে কৰ্মক্ষেত্ৰত হাৰাশাস্তি, দুৰ্নীতি আৰু চৰকাৰী পদত থকা যুৱ পেছাদাৰীসকলৰ মানসিক স্বাস্থ্যৰ সহায়ৰ অভাৱক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd