• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ পৰা ধন আহে তবলিগি জামাতলৈ, দেশৰ ১৯ স্থানত এনফ’ৰ্চমেণ্টৰ তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2020 6:18 pm
DSC_5880--621x414
349
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা দক্ষিণ দিল্লীৰ মাৰ্কাজুল বাংলেৱালী মছজিদৰ জামাতে সকলোৰে দৃষ্টি কাঢ়িছিল।

তবলিগি জামাতলৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা অবৈধ ভাৱে ধনৰ সৰৱৰাহ হৈ থকা বুলি সন্দেহ ওপজাৰ পিছতে চলিত বৰ্ষৰ মাৰ্চ মাহত এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে এটা গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰ সন্দৰ্ভতে এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে আদি দেশৰ বিভিল্ল প্ৰান্তত তালাচী চলায়।

এনফ’ৰ্চমেণ্টৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি দিল্লীৰ ৭টা,মুম্বাইৰ ৫টা,হায়দৰাবাদৰ ৪টা আৰু কেৰালাৰ ৩টা স্থানত তালাচী চলায়।

তালাচীৰ সময়ত এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে কি পালে সেয়া এতিয়া লৈকে সদৰী কৰা নাই।

অভিযানকাৰীৰ দলে জামাতৰ মুৰব্বী মৌলানা চাদৰ বাসভৱনতো তালাচী চলায়। চৰকাৰী নীতি উলংঘা কৰি তবলিগ অনুষ্ঠিত কৰাৰ বাবে মাৰ্চ মাহতে দিল্লী আৰক্ষীয়ে জামাতৰ মুৰব্বী মৌলানা চাদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

তেতিয়াৰে পৰাই চাদ পলাতক হৈ আছিল। চাদে নীতি বৰ্হিভূতভাৱে বিদেশৰ কমেও কুৰি খন দেশৰ পৰা ধন সংগ্ৰহ কৰিছিল।

চৰকাৰী নীতি উলংঘা কৰি অনুষ্ঠিত কৰা তবলিগত বিদেশৰ বহু লোকে অংশ লৈছিল আৰু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তেওঁলোকে ভাৰততে আছিল।সেই অনুষ্ঠানৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তত ক’ৰ’ণা ভাইৰাছ বিয়পি পৰিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd