• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গীতাৰ শ্লোক আওঁৰাই বিধানসভাত সোণোৱাল চৰকাৰৰ অন্তিম খন লেখানুদান দাখিল কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

২০ ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰিব চাহ শ্ৰমিকৰ দৈনিক বানচ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2021 10:35 am
Assam-Budget-1-750x375
342
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাত আজি ২০২১-২০২২ বিত্তীয় বৰ্ষৰ লেখানুদান(ভোট অন একাউণ্ট বাজেট) দাখিল কৰে  ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আগল্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪ মাহৰ বাবে লেখানুদান দাখিল কৰে।

এই খনেই হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অন্তিম খন লেখানুদান।

ভগৱান শ্ৰী কৃষ্ণৰ বাণীৰে বিত্তমন্ত্ৰীয়ে লেখানুদান দাখিল কৰে।পাঁচবাৰকৈ বাজেট দাখিলৰ সুবিধা পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

২০১৬ চনৰ ৩ জুনত অসমৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত দাখিল কৰা শ্বেত  পত্ৰৰ  কথা স্মৰণ কৰি ৰাজ্যৰ ভাঙি পৰা অৰ্থনীতিক কিদৰে সৱল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল সেই কথা বিত্তমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে বিত্তমন্ত্ৰীয়ে।

ৰূপকোঁৱৰৰ কবিতা আওঁৰাই বিত্তমন্ত্ৰীয়ে  ২০১৯ বৰ্ষত  ৰাজ্যৰ জনমূৰি আয় ২০,৬৯২ টকালৈ বৃদ্ধি পোৱা বুলি কয়।

ৰাজ্যৰ কৰ ৰাজহৰ পৰিমাণ ১৬,৫২৮ কোটি টকা হোৱা বুলি তেওঁ মন্তব্য কৰে।

৭৭৫৬ কোটি টকা খাৰুৱা তেলৰ ৰয়েল্টি হিচাবে অসমে লাভ কৰা বুলি তেওঁ উল্লেখ কৰে।

কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা বুলি তেওঁ কয়।ৰাজ্যত বিকাশৰ হাৰ ৮ শতাংশৰ ওপৰত হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ১, ৯৯,৭০৫ টা আত্মসহায়ক গোট উপকৃত হৈছে।

১৫-১৮ শ কন্যা সন্তানক ৪০ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে ।

অসমমালা  আঁচনিৰ অধীনত ৮২১০ কোটি টকা ধাৰ্য কৰি ৰাজ্যৰ বাট-পথৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে।

অসম দৰ্শন আঁচনিৰ অধীনত উপকৃত হৈছে ৯১৫ খন ধৰ্মানুষ্ঠান। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।

৮৭৫৬ টা নামঘৰলৈ আগবঢ়োৱা হৈছে মুঠ ২১৮ কোটি টকা । প্ৰতিটো নামঘৰক দিয়া হৈছে  আঢ়ৈ লাখ টকাকৈ।

ৰাজ্যৰ ৮৭০ খন দলঙৰ কাম চলি আছে।

অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে ১৩,৫০১ কোটি টকা।

ৰাজ্যৰ ৫৮ লাখ ৮৫ হাজাৰ ২৮৯ গৰাকী লোকে ১ টকা মূল্যৰ চাউল লাভ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ খৰচ হৈছে ৭৬৭ কোটি টকা।

২০ ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰিব চাহ শ্ৰমিকৰ দৈনিক বানচ।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যত বছৰত ২ লাখতকৈ কম আয়ৰ লোকৰ ১৭ লাখ ৮৪ হাজাৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে।

এতিয়ালৈকে ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১ লাখ ৭০ হাজাৰ বিধৱাই পেঞ্চন লাভ কৰিছে।

উল্লেখ্য কালি চিৰাং জিলালৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিবলগীয়া হৈছিল অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰীৰ অনুপস্থিতিৰ বাবেই কালি বাজেট দাখিল কৰা নহ’ল বুলি ধাৰণা কৰা হৈছে।

Recent News

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

১.২১ লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই, আস্থা হেৰাইছে ব্যক্তিগত চিকিৎসালয়ৰ! বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd