• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গীতাৰ শ্লোক আওঁৰাই বিধানসভাত সোণোৱাল চৰকাৰৰ অন্তিম খন লেখানুদান দাখিল কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

২০ ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰিব চাহ শ্ৰমিকৰ দৈনিক বানচ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2021 10:35 am
Assam-Budget-1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাত আজি ২০২১-২০২২ বিত্তীয় বৰ্ষৰ লেখানুদান(ভোট অন একাউণ্ট বাজেট) দাখিল কৰে  ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আগল্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪ মাহৰ বাবে লেখানুদান দাখিল কৰে।

Apply Now

এই খনেই হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অন্তিম খন লেখানুদান।

ভগৱান শ্ৰী কৃষ্ণৰ বাণীৰে বিত্তমন্ত্ৰীয়ে লেখানুদান দাখিল কৰে।পাঁচবাৰকৈ বাজেট দাখিলৰ সুবিধা পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।

২০১৬ চনৰ ৩ জুনত অসমৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত দাখিল কৰা শ্বেত  পত্ৰৰ  কথা স্মৰণ কৰি ৰাজ্যৰ ভাঙি পৰা অৰ্থনীতিক কিদৰে সৱল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল সেই কথা বিত্তমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

৬০,৭৮৪.০৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰে বিত্তমন্ত্ৰীয়ে।

ৰূপকোঁৱৰৰ কবিতা আওঁৰাই বিত্তমন্ত্ৰীয়ে  ২০১৯ বৰ্ষত  ৰাজ্যৰ জনমূৰি আয় ২০,৬৯২ টকালৈ বৃদ্ধি পোৱা বুলি কয়।

ৰাজ্যৰ কৰ ৰাজহৰ পৰিমাণ ১৬,৫২৮ কোটি টকা হোৱা বুলি তেওঁ মন্তব্য কৰে।

৭৭৫৬ কোটি টকা খাৰুৱা তেলৰ ৰয়েল্টি হিচাবে অসমে লাভ কৰা বুলি তেওঁ উল্লেখ কৰে।

কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা বুলি তেওঁ কয়।ৰাজ্যত বিকাশৰ হাৰ ৮ শতাংশৰ ওপৰত হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ১, ৯৯,৭০৫ টা আত্মসহায়ক গোট উপকৃত হৈছে।

১৫-১৮ শ কন্যা সন্তানক ৪০ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে ।

অসমমালা  আঁচনিৰ অধীনত ৮২১০ কোটি টকা ধাৰ্য কৰি ৰাজ্যৰ বাট-পথৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে।

অসম দৰ্শন আঁচনিৰ অধীনত উপকৃত হৈছে ৯১৫ খন ধৰ্মানুষ্ঠান। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানলৈ ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।

৮৭৫৬ টা নামঘৰলৈ আগবঢ়োৱা হৈছে মুঠ ২১৮ কোটি টকা । প্ৰতিটো নামঘৰক দিয়া হৈছে  আঢ়ৈ লাখ টকাকৈ।

ৰাজ্যৰ ৮৭০ খন দলঙৰ কাম চলি আছে।

অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে খৰচ কৰা হৈছে ১৩,৫০১ কোটি টকা।

ৰাজ্যৰ ৫৮ লাখ ৮৫ হাজাৰ ২৮৯ গৰাকী লোকে ১ টকা মূল্যৰ চাউল লাভ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ খৰচ হৈছে ৭৬৭ কোটি টকা।

২০ ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰিব চাহ শ্ৰমিকৰ দৈনিক বানচ।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যত বছৰত ২ লাখতকৈ কম আয়ৰ লোকৰ ১৭ লাখ ৮৪ হাজাৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে।

এতিয়ালৈকে ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১ লাখ ৭০ হাজাৰ বিধৱাই পেঞ্চন লাভ কৰিছে।

উল্লেখ্য কালি চিৰাং জিলালৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিবলগীয়া হৈছিল অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰীৰ অনুপস্থিতিৰ বাবেই কালি বাজেট দাখিল কৰা নহ’ল বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd