ক’ভিড-১৯: ৰেডৰ পৰা অৰেঞ্জ জ’নত প্ৰৱেশ উত্তৰ-পূবৰ দুই জিলাৰ
ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত উত্তৰ-পূবৰ দুখন জিলাই ৰেড জ’নৰ পৰা অৰেঞ্জ জ’নত প্ৰৱেশ কৰিছে। জিলা দুখন হৈছে মণিপুৰৰ ইম্ফাল ৱেষ্ট আৰু ...
Read moreDetailsক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত উত্তৰ-পূবৰ দুখন জিলাই ৰেড জ’নৰ পৰা অৰেঞ্জ জ’নত প্ৰৱেশ কৰিছে। জিলা দুখন হৈছে মণিপুৰৰ ইম্ফাল ৱেষ্ট আৰু ...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ভাৰতে কম সংখ্যক লোকক পৰীক্ষা কৰিছে বুলি কোৱাটো ভুল হ’ব বুলি উল্লেখ কৰে ইণ্ডিয়ান মেডিকেল ...
Read moreDetailsপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ক’ৰ’না ভাইৰাছৰ বাবে ভূটানত হ’ব পৰা স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষতি হ্ৰাস কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ ...
Read moreDetailsউত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৱৰ্কশ্বপে সফলভাৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী পি পি ই (পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট) কিট ...
Read moreDetailsসমগ্ৰ দেশেই এতিয়া কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যুঁজত অৱতীৰ্ণ হৈছে। স্বাভাৱিকতে এই যুঁজৰ অগ্ৰণী ভূমিকাত অৱতীৰ্ণ হৈছে চিকিৎসক তথা ...
Read moreDetailsঅসমত আজি আৰু দুজন ক’ভিড-১৯পজিটিভ ৰোগী ধৰা পৰিছে। এই দুয়োজন লোকেই মৰিগাঁওৰ। আজি ক’ভিড-১৯পজিটিভ ধৰা পৰা মৰিগাঁৱৰ লোক দুজন নিজামুদ্দিন ...
Read moreDetailsইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)এ বুধবাৰে কোভিড-১৯ৰ পৰীক্ষাৰ বাবে ১৭৬টা চৰকাৰী লেবৰেটৰী আৰু ৭৮টা ব্যক্তিগত লেবৰেটৰী তথা তিনিটা কালেকশ্যন ...
Read moreDetailsমেঘালয়ৰ প্ৰথম গৰাকী কোভিড-১৯ৰ বলি ডাঃ জন এল ছাইল’ ৰিণটাথিয়াঙক বৃহস্পতিবাৰে বিয়লি ল’মালিত ৰিয়াটছামথিয়াহ প্ৰেছবাইটেৰিয়ান গীৰ্জাৰ সমাধিক্ষেত্ৰত সৎকাৰ কৰা হয়। ...
Read moreDetailsপুনৰ তিনিগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী অসমত বৃহস্পতিবাৰে সম্পূৰ্ণৰূপে সুস্থ হৈছে। খবিৰুদ্দিন আহমেদ, চাহজাহান আলি আহমেদ আৰু য়ুচোফ আলি নামৰ তিনিগৰাকী ...
Read moreDetailsসাম্প্ৰতিক ক'ৰ'না আতঙ্কৰ পৰিপ্ৰেক্ষিতত, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অনলাইন পাঠদান চলাই থকা হৈছে। মহাত্মা গান্ধী ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd