• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশজোৰা ল’কডাউনৰ মাজতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অব্যাহত আছে অনলাইন পাঠদান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 16, 2020 1:33 pm

1 min read

unnamed

প্ৰতিনিধিত্বমূলক ছবি

4.8k
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক ক’ৰ’না আতঙ্কৰ পৰিপ্ৰেক্ষিতত, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মতে মেঘালয়ৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অনলাইন পাঠদান চলাই থকা হৈছে।

মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষক সকলে সকলো ছাত্ৰ ৰ সৈতে দলগতভাৱে আৰু ব্যক্তিগত ভাৱে পাঠদান কাৰ্য চলাই আছে।

সময়ে সময়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিষয়া আৰু শিক্ষকসকলৰ মাজত অনলাইন আলোচনা সভাৰো আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ ডিজিটেল পাঠদান ব্যৱস্থা আগৰে পৰাই সুপৰিকল্পিত ভাবে চলাই অহা হৈছে।

বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ডীনৰ পৰিচালনাত বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো গৱেষণা বিষয়ৰ দিহা পৰামৰ্শ আলোচনা আদি কৰি থকা হৈছে।

বিশ্ববিদ্যালয়ৰ গৱেষণা নিৰ্দেশকসকলে ডীনৰ সৈতে আলোচনা কৰি নিজৰ নিজৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰি আছে।

বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সৈতে ব্যক্তিগতভাৱেও শৈক্ষিক তথা অন্যান্য বৌদ্ধিক আলোচনা চলাই থকা হৈছে বিভিন্ন ডিজিটেল মাধ্যমেৰে।

ক’ৰ’নাজনিত ল’কডাউনৰ বাবে বিশ্ববিদ্যালয়খনত স্বাভাৱিক পাঠদান হোৱা নাই বুলি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  মোহন ভট্টাযাৰ্যই  জানিবলৈ দিয়ে।

Tags: COVID-19

Recent News

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

aa del

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd