অব্যাহত ক’ৰ’নাৰ সংহাৰ; ইটালীক অতিক্ৰম আমেৰিকাৰ
সমগ্ৰ বিশ্বকে ক’ৰ’না ভাইৰাছে গ্ৰাস কৰিছে যদিও ইটালী আৰু আমেৰিকাত ইয়াৰ সংহাৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইটালীত ক’ৰ’নাই এই পৰ্যন্ত ...
Read moreDetailsসমগ্ৰ বিশ্বকে ক’ৰ’না ভাইৰাছে গ্ৰাস কৰিছে যদিও ইটালী আৰু আমেৰিকাত ইয়াৰ সংহাৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইটালীত ক’ৰ’নাই এই পৰ্যন্ত ...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা বাঘ, হাতী আৰু স্নীফাৰ কুকুৰক ৰক্ষা কৰাৰ বাবে উত্তৰাখণ্ডৰ জিম কৰবেট ব্যাঘ্ৰ সংৰক্ষিত উদ্যান কৰ্তৃপক্ষই বনাঞ্চলৰ ...
Read moreDetailsভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা হাইড্ৰ’ক্সিক্লৰ’কুইনৰ প্ৰথম কিস্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিমান বন্দৰত শনিবাৰে উপস্থিত হয়। ‘‘ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ ...
Read moreDetailsনৰ সংহাৰী ক’ৰ’না ভাইৰাছ পাদৰ জৰিয়তেও সংক্ৰমিত হ’ব পাৰে। এই দাবী কৰিছে চিকিৎসকে। চিকিৎসকৰ উদ্ধৃতি দি ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী ...
Read moreDetailsসমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা নিৰন্তৰ বৃদ্ধি পাই আছে। ভাৰততো লকডাউনৰ মাজতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত ...
Read moreDetailsভাৰতত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা শনিবাৰে ৭৫২৯জনলৈ বৃদ্ধি পাইছে। বৰ্তমান দেশত সক্ৰিয় ৰোগী আছে ৬৬৩৪গৰাকী। দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ ২৪২গৰাকী লোকৰ ...
Read moreDetailsকোভিদ-১৯-ৰ বিৰুদ্ধে যুঁজাৰ বাবে নিয়োজিত চিকিৎসক, নাৰ্চকে ধৰি অন্যান্য চিকিৎসা কৰ্মীসকলক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান ...
Read moreDetailsধুবুৰীৰ ১৯ গৰাকী লোকক কুৱাৰেণ্টাইন কৰা হৈছে। আটাইকেইজন ব্যক্তিয়ে যোৱা ১২ মাৰ্চত গুৱাহাটীৰ আঠগাওঁ মছজিদত এক অনুষ্ঠানত ভাগ লৈছিল। উক্ত ...
Read moreDetailsদেশৰ বিভিন্ন মহানগৰত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰী সকল বৰ্ণবাদী আক্ৰমণৰ সন্মুখিন হোৱা ঘটনাক শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৰিহণা দিয়াৰ লগতে এনেধৰণৰ ...
Read moreDetailsবিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে কৰ’নাভাইৰাছৰ মোকাবিলা কৰাৰ বাবে অসম আৰোগ্য নিধিলৈ বিপুল বৰঙনি আগবঢ়াইছে। অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd