• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰোগ্য নিধিলৈ বিপুল সঁহাৰি ৰাইজৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 9:43 pm
Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে কৰ’নাভাইৰাছৰ মোকাবিলা কৰাৰ বাবে অসম আৰোগ্য নিধিলৈ বিপুল বৰঙনি আগবঢ়াইছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সদৰী কৰা মতে এইপৰ্য্যন্ত অসম আৰোগ্য নিধিলৈ ৮৯.২৪ কোটি টকাৰ বৰঙনি লাভ কৰা হৈছে।

Apply Now

২৬ মাৰ্চৰ পৰা আৰম্ভ কৰি এইপৰ্য্যন্ত ৪০২১১ গৰাকী ব্যক্তি আৰু অনুষ্ঠানে এই নিধিলৈ বৰঙনি আগবঢ়াইছে।

জনপ্ৰতিনিধি, ব্যৱসায়ী, চৰকাৰী চাকৰিয়ালৰ পৰা আৰম্ভ কৰি কণমানি ল’ৰা-ছোৱালীলৈকে সকলোৱে বৰঙনি আগবঢ়োৱা পৰিলক্ষিত হৈছে।

“অসম আৰোগ্য নিধিৰ অধীনত আমি এতিয়ালৈকে ৮৯.২৪কোটি টকাৰো অধিক বৰঙনি লাভ কৰিছো, আৰু ই প্ৰতিদিনাই বৃদ্ধি পাই আছে। বৰঙনি আগবঢ়োৱা ৪০২১১ গৰাকী লোকলৈ মোৰ কৃতজ্ঞতা যাচিছো। আমাৰ আটাইতকৈ বেয়া সংকটটো পাৰ হোৱাৰ বাবে আমাৰ প্ৰচেষ্টাত ই বহুত মূল্যৱান। আমি জিকিম,” মন্ত্ৰী শৰ্মাৰ টুইট।

This is amazing!

Under Assam Arogya Nidhi we have so far received donations of over Rs 89.24 crores, and it continues to grow everyday.

My gratitude to 40211 people who have contributed. It means a lot in our endeavour to tide over our worst crisis ever. We shall win ? pic.twitter.com/PoBdYQAZSP

— Himanta Biswa Sarma (@himantabiswa) April 11, 2020

অসম চৰকাৰে কৰ’নাভাইৰাছ আক্ৰান্তৰ চিকিৎসাৰ বাবে দুমাহৰ ভিতৰত পাঁচখন ৩০০ বিচনাযুক্ত চিকিৎসালয় খোলাৰ বাবে আগবাঢ়িছে।

তাৰে চাৰিখন চিকিৎসালয় দান-বৰঙনিৰ পৰা সংগৃ্হীত ধনেৰে নিৰ্মাণ কৰা হ’ব।

এই দান-বৰঙনিৰ ধনেৰে কেৱল কৰ’নাভাইৰাছৰ চিকিৎসাৰ বাবে অসমত দুমাহত চাৰিখন চিকিৎসালয় নিৰ্মাণ কৰা হ’ব।

অসম চৰকাৰে এনে পাঁচখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই পূৰ্বে উল্লেখ কৰা মতে এনে প্ৰতিখন চিকিৎসালয় নিৰ্মাণৰ বাবদ ৪০ৰ পৰা ৪৫কোটি টকা ব্যয় হ’ব।

প্ৰতিখন চিকিৎসালয়ত ৩০০ বিচনাকৈ পাঁচখন চিকিৎসালয়ত ১৫০০ বিচনা কেৱল ক’ভিড-১৯ আক্ৰান্তৰ বাবে সাজু কৰা হ’ব।

ইতিমধ্যে চিকিৎসালয়কেইখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

মাৰাত্মক কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰী পুঁজিলৈ আপুনিও বৰঙনি আগবঢ়াব পাৰে।

অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ তলৰ বেংক একাউণ্টত বৰঙনি পঠিয়াব পাৰে—

Assam Arogya Nidhi, A/c No. 32124810101, SBI, IFSC Code: SBIN0010755

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd