• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনৰীয়া জীৱ-জন্তুক কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে কৰবেট ব্যাঘ্ৰ প্ৰকল্পত আইছ’লেশ্যন কক্ষ স্থাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 12, 2020 4:40 pm

1 min read

মহানগৰীত পুনৰ বাঘৰ আতংক
738
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা বাঘ, হাতী আৰু স্নীফাৰ কুকুৰক ৰক্ষা কৰাৰ বাবে উত্তৰাখণ্ডৰ জিম কৰবেট ব্যাঘ্ৰ সংৰক্ষিত উদ্যান কৰ্তৃপক্ষই বনাঞ্চলৰ ভিতৰতে কোৱাৰিণ্টাইন কক্ষ নিৰ্মাণ কৰি উলিয়াইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিৰিয়াখানত এটা বাঘ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে কৰবেট ব্যাঘ্ৰ সংৰক্ষিত উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ  কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে,  উদ্যান কৰ্তৃপক্ষই কোৱাৰিণ্টাইন কক্ষৰ উপৰিও ৪০ টা ভিডিঅ’ কেমেৰা আৰু ৪৫০ টা স্থিৰ কেমেৰা উদ্যানখনত বন্যপ্ৰাণী সমূহৰ অস্বাভাৱিক আচৰণ পৰ্য্যবেক্ষণৰ বাবে স্থাপন কৰিছে।

উল্লেখযোগ্য যে, অলপতে চীনৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে কৰা এক পৰীক্ষাত জীৱ-জন্তুৰ দেহলৈও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে তথ্য প্ৰকাশ পাইছিল।

অৱশ্যে এই সম্বন্ধে সঠিক অনুসন্ধানৰ বাবে বৰ্তমানো বিশ্ব স্বাস্থ্য সংস্থাই গৱেষণা অব্যাহত ৰাখিছে।

Tags: COVID-19

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd