গণ সংক্ৰমণ! হাফলং চিভিল হাস্পাতালৰ ৰোগীৰ শৰীৰত কোভিড-১৯পজিটিভ
ডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ ...
Read moreDetailsডিমা হাছাও জিলাত কৰ’না গ্ৰাফ তললৈ নামি আহিছিল যদিও শুকুৰবাৰে আৰু শনিবাৰে নতুনকৈ অহা মুঠ পোন্ধৰটা কোভিড পজিটিভৰ ঘটনাই ৰাইজৰ ...
Read moreDetails১০৮৫গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে। এইসকল ব্যক্তিক ধৰি অসমত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ ...
Read moreDetails১৪৫৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৭৫, ডিব্ৰুগড়ৰ ১৩৬ আৰু শোণিতপুৰ জিলাৰ ১১৬গৰাকী ...
Read moreDetailsআৰু তিনিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত শনিবাৰে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১লৈ বৃদ্ধি পাইছে। মৃত্যু হোৱা ...
Read moreDetailsক’ভিডৰ পৰা সুস্থ হোৱা অসম আৰক্ষীৰ ৬৭গৰাকী কৰ’না যোদ্ধাই শনিবাৰে প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব ...
Read moreDetailsক’ৰ’ণা আক্ৰান্ত লোকৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ল। দেশত বিগত ২৮ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫৭,১১৮ গৰাকী ...
Read moreDetails১৮৬২গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী। টেষ্টৰ তুলনাত অসমত ক’ভিড ...
Read moreDetailsআৰু চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত শুকুৰবাৰে প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে— হোজাইৰ মাণিক সাহা (৬৮), কামৰূপ মহানগৰৰ মিনু বণিক ...
Read moreDetailsদুসপ্তাহৰ বাবে মাত্ৰ সামাজিক দূৰত্বৰ বিধি মানি চলিলে বিশ্বত ৬৫শতাংশ কৰ’না বাইৰাছৰ সংক্ৰমণ হ্ৰাস পায়। ইয়াৰ ফলত ১৫লাখ লোক নতুনকৈ ...
Read moreDetailsক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত থকা ভাৰতত অপ্ৰতিৰোধ্য গতিৰে সংক্ৰমিত হৈ আছে ক’ৰ’ণা ভাইৰাছ । দেশত বিগত ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd