দেশত কৰ’না সংক্ৰমণৰ হাৰ নিম্নগামী; কমিলেও মৃত্যুৰ হাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ
দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে দৈনিক সংক্ৰমণৰ হাৰ নিম্নগামী হৈ অহাটোৱে যথেষ্ট সকাহ দিছে। তথাপি কোভিড পৰিস্থিতিৰ ...
Read moreDetailsদেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে দৈনিক সংক্ৰমণৰ হাৰ নিম্নগামী হৈ অহাটোৱে যথেষ্ট সকাহ দিছে। তথাপি কোভিড পৰিস্থিতিৰ ...
Read moreDetailsবিগত দিনৰ তুলনাত যোৱা ২৪ ঘন্টাত গোলাঘাটত অৱনমিত হৈছে ক'ভিড আক্ৰান্তৰ সংখ্যা। জিলাখনত দেওবাৰে ৯৫৩ জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন ...
Read moreDetailsবৰ্তমানৰ ক'ভিড পৰিস্থিতিত নগাঁও জিলাবাসী ৰাইজৰ সুবিধা হোৱাকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নতুনকৈ সংযোজিত হ'ল অক্সিজেনযুক্ত বিচনাৰ সুবিধা। জিলাখনৰ ...
Read moreDetailsএতিয়াৰ পৰা মহানগৰত ক’ভিড পৰীক্ষা কৰা সকলে ৰিপৰ্টৰ বাবে SMS অহালৈ অপেক্ষা কৰি থকাৰ প্ৰয়োজন নাই৷ মাথো এটা ক্লিকতেই জানিব ...
Read moreDetailsগোলাঘাটত দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। জিলা খনত নতুনকৈ ২৭৭ জন ক'ভিড ৰোগী চিনাক্ত হৈছে। এইমূহুৰ্তলৈকে সৰ্বমুঠ ৫৩৩১ জন ...
Read moreDetailsৰাজ্যত অহা ৭ জুনৰ পৰা সামান্য আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় ...
Read moreDetailsদেশত আতংকৰ সৃষ্টি কৰা কোভিডৰ দ্বিতীয় ঢৌৱে কেৱল সাধাৰণ মানুহৰ জীৱনে হানি কৰা নাই, কোভিড ৰোগীৰ চিকিৎসাত নিয়োজিত বহু চিকিৎসকৰো ...
Read moreDetailsদেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে দৈনিক সংক্ৰমণৰ হাৰ নিম্নগামী হৈ অহাটোৱে যথেষ্ট সকাহ আনি দিয়া পৰিলক্ষিত হৈছে। ...
Read moreDetailsগোলাঘাটত যোৱা ২৪ ঘন্টাত ক'ভিড আক্ৰান্তৰ গ্ৰাফ অলপ নিম্নগামী হোৱা দেখা গৈছে। শুকুৰবাৰে ৫২৭৯ জন লোকৰ ক'ভিড পৰীক্ষাৰ অন্তত ১৬৩ ...
Read moreDetailsকৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে দৈনিক সংক্ৰমণৰ পৰিসংখ্যাই কিছু সকাহ আনি দিয়া পৰিলক্ষিত হৈছে যদিও এতিয়াও পৰিস্থিতিৰ জটিলতা ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd