২৯২ জন বিদেশী তবলিগীৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰিলে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই
দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ১৪ খন বিদেশী ৰাষ্ট্ৰৰ আৰু ১৫ গৰাকী বিদেশী তবলিগীৰ বিৰুদ্ধে চাকেট জিলা আদালত চাৰ্জ শ্বীট দাখিল ...
Read moreদিল্লী আৰক্ষীৰ অপৰাধ শাখাই ১৪ খন বিদেশী ৰাষ্ট্ৰৰ আৰু ১৫ গৰাকী বিদেশী তবলিগীৰ বিৰুদ্ধে চাকেট জিলা আদালত চাৰ্জ শ্বীট দাখিল ...
Read moreমহামাৰী ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে অব্যাহত ৰাখিছে সংহাৰ। ভাইৰাছবিধে এই পৰ্যন্ত ৩ লাখ ৫০ হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে ...
Read moreআৰু নগৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৭৮৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে হোজাইৰ পাঁচগৰাকী ...
Read moreদহগৰাকী ব্যক্তি বুধবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ২৪২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ ক’ভিড-১৯ পজিটিভ চিনাক্ত আটাইকেইগৰাকী ব্যক্তিয়েই বহিঃৰাজ্যৰ ...
Read moreভাৰতীয় আয়ুৰ্বেদিক কোম্পানি পতঞ্জলিয়ে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ সলনি নিৰাময়ী দৰৱৰ সন্ধান পোৱাৰ ইংগিত দিছে। “আমি ইমিউনিটি বুষ্টাৰৰ কথা কোৱা নাই। আমি ...
Read moreঅসমত শেহতীয়াকৈ বহু ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱাৰ মাজতে আহিছে এক ভাল খবৰ। বুধবাৰে ৰাজ্যখনত ২৫গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ ...
Read moreঅসমত ৭৭৪ গৰাকীলৈ বৃদ্ধি পালে কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৬০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ ...
Read moreঅসমত বুধবাৰে ৭১৪গৰাকীলৈ লৈ বৃদ্ধি পালে কৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ১০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক'ৰ'ণা ...
Read moreৰাজ্যত ৭০৪ গৰাকীলৈ বৃদ্ধি পালে ক'ৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা। কিছু সময় পূৰ্বে পুনৰ ১৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ...
Read moreআজি অসমত পুনৰ ৪ জন লোক ক’ৰ’না ভাইৰাছত সংক্ৰমিত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাত সংক্ৰমিত লোকৰ সংখ্যা ৬৮৬ গৰাকীলৈ বৃদ্ধি ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd