নিজামুদ্দিনলৈ যোৱা এজন মণিপুৰৰ লোক ক’ৰ’নাত আক্ৰান্ত; সংখ্যা বৃদ্ধি পালে দুজনলৈ
মণিপুৰত নতুনকৈ আৰু এজন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। নিশা ১২.৩০ বজাত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে ...
Read moreDetailsমণিপুৰত নতুনকৈ আৰু এজন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। নিশা ১২.৩০ বজাত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে ...
Read moreDetailsযুৱৰাজ সিং আৰু হৰভজন সিঙৰ সমৰ্থনত আগবাঢ়ি আহিছে প্ৰাক্তন পাকিস্তানৰ আন্তৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদী। উল্লেখ্য যে সমগ্ৰ বিশ্বতে নৰ ...
Read moreDetailsনামনি অসমৰ বৰপেটা জিলাত বুধবাৰে এটা দুৰ্বৃত্তৰ দলে বজালীৰ দণ্ডাধীশ জোনালী ৰাভাক আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব ...
Read moreDetailsদিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী কাণ্ডই দেশ জোকাৰি যোৱাৰ পিছত যথেষ্ট কঠোৰ হোৱা দেখা গৈছে ভাৰত চৰকাৰক। উল্লেখ্যে নিজামুদ্দিন মাৰ্কাজ ইতিমধ্যে ...
Read moreDetailsযোৱা ২৪ ঘণ্টাত অসমত আৰু ৩ জন ক'ৰ'না ভাইৰাছত আক্ৰান্তক চিনাক্ত কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যত ক'ৰ'না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত আছে। ল’কডাউনৰ পৰিপ্ৰেক্ষিত দেশৰ সমগ্ৰ সেৱাসমূহেই বন্ধ হৈ পৰিছে। বন্ধ ...
Read moreDetailsকৰ’নাভাইৰাছ মহামাৰীৰ বাবে সম্পূৰ্ণ এবছৰলৈ বাতিল কৰা হৈছে ২০২০ বৰ্ষৰ উইম্বলডন প্ৰতিযোগিতা। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে উইম্বলডন বাতিলৰ এই ...
Read moreDetailsঅসমত COVID-19 আক্ৰান্ত ১৩ জনলৈ বৃদ্ধি পোৱাৰ সময়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক লৈ আতংকিত নহ’বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। বিশ্বত ...
Read moreDetailsঅসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে সন্ধিয়ালৈকে ১৩ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত পাঁচগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছত নতুনকৈ চিনাক্ত ...
Read moreDetailsমাৰাত্মক ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধত ভাৰতক সহায় কৰিব টিকটকে। টিকটক নামৰ প্ৰতিষ্ঠানটোৱ ভাৰতক প্ৰায় ১০০ কোটি টকাৰ মূল্যৰ হাজমাট চ্যুট আৰু ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd