• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ সমাধানৰ বাবে বিজেপিক তাই আহোম যুৱ পৰিষদৰ সময়সীমা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2019 6:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো এখন চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক কৰিব নোৱাৰিলে জনজাতিকৰণ। বিজেপি চৰকাৰ শাসনলৈ আহি ৬ মাহৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে আশ্বাস দিছিল। কিন্তু জনজাতিকৰণৰ বিলেই উত্থাপন কৰা নহ’ল দুয়োখন সদনত। সেয়েহে ক্ষুভিত হৈ পৰিছে আহোম জনগোষ্ঠীয় সংগঠন তাই আহোম যুৱ পৰিষদ।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰ শাসনলৈ আহিলে ২ মাহৰ ভিতৰত আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দাবী জনায়।

Apply Now

‘২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পাছত যদি বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, তাৰ পাছত ২ মাহৰ ভিতৰত আহোম জনজাতিক জনজাতিকৰণৰ মৰ্য্যদা নিদিয়ে তেন্তে বিজেপিয়ে তাৰ উচিত প্ৰত্যুত্তৰ পাব। সংগঠনৰ ফালৰ পৰা বিজেপি বিৰোধী প্ৰচাৰ চলামগৈ। বিজেপিৰ নেতা-পালিনেতা ভোটাৰ ৰাইজৰ কাষ চাপিব নোৱাৰাকৈ পুলিয়ে পোখালিৰে উভালি পেলোৱাৰ ব্যৱস্থা কৰিম।‘ সংবাদমেলত এই হুংকাৰ তাই আহোম যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক গুণকান্ত গগৈৰ।

ইয়াৰোপৰি শাসনলৈ অহাৰ পাছত বিজেপি চৰকাৰক বিদেশী বহিস্কাৰৰ কাম সম্পন্ন কৰিবৰ বাবেও দাবী জনায়।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০সংগঠনৰ অংশীদাৰী জাতীয় সংগঠন তাই আহোম যুৱ পৰিষদ, অসমে আগন্তক লোকসভা নিৰ্বাচনত দলক গুৰুত্ব দিয়াতকৈ প্ৰাৰ্থীক গুৰুত্ব দিবৰ বাবে আহ্বান জনায়।

‘অসমৰ বানপানীৰ সমস্যা, আহোম জনগোষ্টীৰ জনজাতি কৰণ লগতে ৰাজ্যত দেখা দিয়া নিবনুৱা সমস্যা সমাধানৰ বাবে যি নেতাই গুৰুত্ব দিব সেই নেতাকে সমৰ্থন কৰিম।‘ সংবাদমেলত এইদৰে কয় প্ৰচাৰ সম্পাদকজনে।

তেওঁ লগতে কয় ‘আগন্তুক লোকসভা নিৰ্বাচনত তাই আহোম যুৱ পৰিষদে প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত তিনিটা সমষ্টিৰ তিনিজন প্ৰাৰ্থীক মুকলিলৈ সমৰ্থন জনাম।

অৱশ্যে আজি সংবাদমেলত সমৰ্থন কৰিব লগা প্ৰাৰ্থী সকলৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিল যদিও অতি সোনকালে ৰাজহুৱা কৰিব বুলিও সদৰী কৰি কয় যে ইতিমধ্যে নেতাকেইজনৰ সৈতে আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।

উক্ত নেতা কেইজনে টাই আহোম যুৱ পৰিষদ অসমক তেওঁলোকৰ দীর্ঘদিনীয়া দাবী আহোম জনগোষ্টীক জনজাতিকৰণ কৰা আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলিও সংবাদমেলত তেওঁ জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd