• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ নামচাই জিলাত গোষ্ঠীগত সংঘাতৰ উত্তেজনা অব্যাহত; তাই খামতি চিংফৌ কাউন্সিলৰ বৈঠক আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2019 10:17 pm
houses-burnt-at-namsai

নামচাইত দুৰ্বৃত্তই জ্বলাই দিয়া আদিসকলৰ এটা ঘৰৰ অৱশিষ্ট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাই জিলাত যোৱা কেইবাদিনো ধৰি চলি থকা গোষ্ঠীগত সংঘাতৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত তাই খামতি আৰু চিংফৌ কাউন্সিলে ২৮ অক্টোবৰত এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে। বৈঠকত জিলাখনৰ আইন-শৃংখলাৰ দিশটো আলোচনা কৰা হ’ব বুলি এটা বিবৃতিযোগে সংগঠনটোৱে জানিবলৈ দিছে।

পুৱা ৯ বজাত অনুষ্ঠিত হ’ব লগীয়া বৈঠকৰ স্থান হ’ব চংখাম কমিউনিটি হল।

যোৱা ২৫ অক্টোবৰত জিলাখনৰ জয়পুৰ গাৱঁৰ পৰা আদি ছাত্ৰ সন্থা আৰু আদি বানে কেবাঙে এটা ডাঙৰ সমদল উলিয়াইছিল। সমদলত বাধা দিব খোজা আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈ প্ৰতিবাদী সমদলকাৰীয়ে আৰক্ষীলৈ শিল আৰু ইটা দলিয়াইছিল। কেইবাজনো আৰক্ষী বিষয়া আৰু জোৱান এই ঘটনাত আহত হৈছিল।

ইয়াৰ পূৰ্বে ১৫ অক্টোবৰত জিলাখনৰ টেঙাপানী ফৰেষ্ট ৰিজাৰ্ভৰ অধীনৰ খাই-হেই নলাৰ ওচৰত থকা এখন আদি সম্প্ৰদায়ৰ গাৱঁত অচিনাক্ত দুৰ্বৃত্তই ১৪টাকৈ ঘৰ জ্বলাই দিছিল।

আদি ছাত্ৰ সন্থাই এই কাণ্ডত সদৌ তাই খামতি চিংফৌ ছাত্ৰ সন্থাৰ সদস্য জড়িত থকা বুলি অভিযোগ আনিছে। অৱশ্যে অভিযোগৰ সত্যতা নাকচ কৰিছে সদৌ তাই খামতি চিংফৌ ছাত্ৰ সন্থাই।

আনপিনে কাইলৈ বৈঠক আহ্বান জনাই তাই খামতি চিংফৌ কাউন্সিলে কয় যে এই পৰিপ্ৰেক্ষিতত নামচাই জিলা কমিউনিটি বেছড সংস্থাবোৰে (চি বি অ’) ছাত্ৰ আৰু যুৱ সংস্থাবোৰৰ সৈতে বিষয়টো খামতি আৰু চিংফৌ জনসাধাৰণৰ সৈতে বহল পৰিসৰত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিবৃতিটোত আদি ছাত্ৰ সন্থাক ইংগিত কৰি কোৱা হয়, “আমাৰ ঠাইত ওপৰত কোৱা ধৰণৰ কোনো বহিৰাগত সংগঠনক যাতে ভৱিষ্যতে সমাৱেশ বা সমদল উলিয়াব অনুমতি দিয়া নহয় এই বিষয়ে আলোচনা কৰা হ’ব।”

বৈঠকত খামতি আৰু চিংফৌ সমাজৰ সকলো স্বাৰ্থজড়িত পক্ষক, ছাত্ৰসমাজ আৰু যুৱসকলকে ধৰি, উপস্থিত থাকিবলৈ কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd